— জড় ভবত। ৫৯
Pe os db ১৬১০ ৬ তত | ৰ মই ইয়াক ঘহি পানী দি সিংহ বাথ আদিৰ পৰা বক্ষা কৰি শকত আবত কৰাই হে মোৰ কৰ্ত্তব্য” | শৰণাগতক অপকাৰ কৰিলে কি হয়৷ মোৰ জনা আছে, অতএব মই ইয়াক আঁওকান- কৰা উচিত নহয়। এই দৰে সদায় নানা কথা হৰিণাৰ বিষয়েই ভাবি ‘ভাবি হৰিণ! পোব্বা লীটোতে ভোল গল। COS Blan পোৱালীটোৰ লগতে শোৱে বহে, খায়, ফুৰে, গ|--ধোৱে আক যেতিয়া ফুল তুলসী তুলিবলৈ বা হাবিব afe কাঠ ৷আনিবলৈ যায় তেতিয়াও কোনোবা হিংসুক জন্তরে অপকাৰ কৰে বুলি লগতে লৈ যায়।
“তেও; বাটত" খাওঁতে যীওঁতে পোৱালীটোৰ মৰমত কেতিয়াবা! এচোবী কান্ধত লৈ যায়; এচোৱা কোলাত বা কেভিয়াবা বুকত সুমাই লৈ যায়। নিজৰ কর্তব্য শেষ হবলৈ মৌ লাওঁতেই কেতিয়াবা; কেতিয়াবা উঠি আহি তাক চাই atte আৰু” আশীৰ্ব্বাদ কবি যায়হি; = “বোপাই কুশলে থাক| > কৈতিয়াবা তাক নেদেখিলে, কৃপণে ধন হেকবালে যেনৈকৈ ব্যাকুলছৈ কান্দে; ভবতেও সেই দৰেই অস্থিৰ হৈ ইনাই বিনাই তাৰ গুণ বৰ্ণাই কান্দিবলৈ ধৰে বহুত পৰ | al দেখিলে: ক্রিয়াকাণ্ড এৰি থৈ তাক বিচাৰি যায় আৰু গোটেই, হাবিত ৷ভাৰ।গুণ-বৰ্ণাই- কান্দি কাটি বিচাৰি ফুৰে । এই দৰে হৰিণ৷৷-৫পোঁৱালীটোলৈ তেব: ইমান মবম হ’ল, যেতেও যি উদ্দেশ্যে এই৷৷বনত আছিল তাৰ পবা বহুত
, জাতবি, পৰিল৷” ‘যিজনে তেওঁৰ নিজৰ তুষ্ট পুতেকহঁতকে
ie ieee রাকাত রি নি নন ৮