8৪ ভোগ t
লোকক একেবাৰে শাপৰ পৰা মুকলি কৰিব নোৱাৰো 1৮ feu কৰা কাম aaa কৰিব নোবাবি; কিন্তু তোমা- লোকৰ সাতজন এবছৰ এবছৰৰ মূৰ্ত স্বৰ্গলৈ গুচি আহিবা আৰু যি জনে আচলতে as চুৰ কৰিছিল তেওঁ কিছুদিন নবলোকত থাকিহে মুক্তি পাব। এই কথা শুনি অফ্টবসু
বিমর্ষ মনেৰে ঘৰমুৱা! হৈ আহি আছে এনেভে গঙ্গা দেবীক,
ব্ৰহ্মাৰ ঘৰৰ পৰা উভটি বাওঁতে বাটতে লগ পালে | গঙ্গাৰ আগত সকলে৷কথা ভাঙ্গি কৈ তেওঁক পৃথিবীত জদন্মাৱাবলৈ খাটিলে। মাইকীৰ মন নদায় কোমল, পৰৰ দুখত সদায়
দুখী। দেই কাৰণেই Wags কথ| মতে তেওঁ মাম্ুহ হৈ
তেওঁলোকক গৰ্ভত ধাৰণ কৰিবলৈ গাত ললে। কিছুদিনৰ পাচত কুক ৰজা শাস্তন্থৱে গঙ্গ'ৰ পাৰত ফুৰি
‘ ফুৰিছে ৷ এনেতে তেওঁ এজনা বৰ ধুনীয়া গাভৰু ছোৱালায়ে
পানীৰ জুৱলীত ধেমালী কৰি থক দেখিলে। প্রথমে ৰজাই কোনোবা অপ্নবী বুলিহে ভাবিছিল। কিন্তু ওচৰ পাই মানুহ দেখি তেওঁৰ পৰিচয় qian আৰু তেওঁক বিয়া কৰাবলৈ মন
কৰিলে। UH দেৱীয়ে, কলে “মোৰ পৰিচয় এতিয়া নিদিওঁ ।
তুমি কোর! মতে তোমাক মই স্বামীববণ কৰিব পাবে ।। কিন্তু তোমাৰ হলে মই তলতীয়া ABs, যেতিয়াই মই farce কৰিব খোজেঁ| তাত তুমি হক| বধ! কৰিব নোরাবিবা। যেই
দিনাই মোৰ কামত বা ইচ্ছাত তুমি বাধা দিব| সেই দিনাই
তোমাক এৰিথৈ গুচি আহিম ৷