CC — -
Be Cott}
দৰে পৰি আছেন) নাৰদে এই কথা শুনি একেবাৰেই মৰ! প্রায় হল, অন্তৰত যি অলপ অচৰপ অহঙ্কাৰ আছিল সিও নাইকিয়া হল। তাৰ পিচত তেওঁলোকৰ cal কি উপায়ে ভাল
| হব তাৰ কাৰণ স্থধিলত কলে যদি মহাদেৱে ন্বয়ং গান কৰে ] তেহে আমি পূৰ্ব্ব অৱস্থা পাম । ॥ এই কথা শুনা মাত্ৰেই নাৰদ মহাদেৱৰ ওচৰলৈ গল। ৷ আক বহুত কাকুতি মিনতি কৰি তেওঁৰ দুখৰ কথা কলে। | শিৱই নাৰদৰ কথা মতে উপযুক্ত শুনো. পালে৷ এদিন গান গাবলৈ গাত ললে। নাৰদে বুজিলে যে যেতিয়া তেওঁ ভাল গায়ক নহয়, তেতিয়া উপযুক্ত তাও নহয়। এই ভাবি মহাদেৱক WAC যে এই ত্ৰৈলোক্যত cal কোন ভাল শুনোতা আছে। মহাদেৱে অলপ পৰ wast মাৰি ৰৈ থাকি কলে। বর্তমান ভাল শ্রোতা লাই: বুলিলেও, হয়। Sal আক বিযুৱেই যহন-তহন তেওঁলোককে পাৰিলে আনা । এই কথা গুনি নাৰদে বহুত কাকুতি কৰি তেওঁলোক Bales মহাদেৱৰ ওচৰলৈ আনিলে।
মহাদেৱে তেওৰ ডম্বৰুটে| ঠিক টক লৈ গান৷ গাবলৈ আৰম্ভ কৰিলে।। আৰু অলপ পাচতে ৰাগ ৰাগিনী সকল আগৰ দৰে হল ।
মহাদেৱে, যি গান কৰিলে ব্ৰহ্মাই তাক: ভালকৈ afar নোৱাৰিলে | বিষ্ণুৱে কিছু বুজিলে।
কিন্তু ভেওঁ সঙ্গীত শুনি গলি গল। ব্ৰহ্মাই নবুজ বাবেই