এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৩৮ ভোগ। চে CON AEA
ফলিয়ালে। বহুত বছৰ ৰাজত্ব কৰি তেওঁৰ নিমিত্তে সাজি খোর! স্বৰ্গলৈ গুচি গল। cA ঠাইক আজি কালি করব লোক বোলে ।
“সপত্নী মাতৃৰ বাক্যে বিদাৰিল মন । রবে আসি আৰাধিল তোমাৰ চৰণ ৷৷ ত্ৰৈলোক্যৰ ওপৰে তাহাক থৈল| থাপি | গোধিকাৰ পুচ্ছ ভাগে দেখিএ অদ্যাপি ॥