সমললৈ যাওক

পৃষ্ঠা:ভোগ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬ ভোগ ৷”

কৰ এনে কঠুৱা ব্যৱহাৰ আৰু পিতাকে শাহীয়েকৰ কথাত মনে মনে থকা দেখি বৰ বেজাৰ মনেৰে মকৰ আগলৈ গৈ কান্দি কান্দি সকলো৷ কথা কলেগৈ । মাকৰ পক্ষে এইটো একো নতুন কথা নহয় | এনেকুৱা নোহোৱ। হেতেন হে মাক আচৰিত হ’ল হেঁতেন । সেইবাবে ধ্ৰুষক সাঁত পাচ কথা কৈ ভুলাবলৈ বন্ধ কৰিলে কিন্তু ধ্ৰুব খৰ এক৷ চেকা লৰা ৷ মনত পৰাৰে পৰা ATA ACA মনত দাগ পোৱা নাই ) সেই বাবেহে AF কোনো মতে মাকে নিটুকাব নোৱাৰিলে । ধ্ৰুবৰ মুখত মুঠতে এটা কথ! “সই উত্তম সমান নহম কিয়?” মাকে উপায় নেপাই কলে, ‘সোনাই ইশ্ববক wd) তেওঁ যেন তোমাৰ মনৰ Atel পুর্ণ কৰে।

ঈশ্ববক কি উপায়ে, খাটে ক্রবই নেজানে। তথাপিও হাবিত খষি মুনিয়ে তপস্ত৷ কৰাৰ কথা লোকৰ মুখে শুনিছিল । সেই কথাকে ভাবি চিন্তি he ধ্ৰুব মনে মনে হাৰি লৈ গুচি গল।

কেইবা দিনে| যোৱাৰ পিচত বাটত নাৰদে দলেৰ উপায়ে ভগৱানক চিন্তা কৰিব লাগে শিকাই দিলে। গৈ গৈ এখন নৈৰ পাৰৰ হাবি এভেখিৰৰ মাজত রী ধ্যানত বহি

_গ’ল।

ইফালে GIT মাকে পুত্তেক কল: গ’ল বিচাৰি নেপাই কান্দি কাতি বাউলী হ’ল। নাৰদ আহি সুকচীক আপোন পাহৰ| হৈ থকা দেখি কলে “আই আগুলি বৰ বেয়া কাম