সমললৈ যাওক

পৃষ্ঠা:ভোগ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৪ ভোগ ।

এদিন বামুণৰ ঘৰত বোহিতে ফুল তুলি থাকোতে ফুলৰ মাজত থকা সাপে কামুৰি বোহিতক মাৰিলে । Aa লৰ| লৈ দেশৰ নিয়ম মতে মৰিশাজীলৈ লৈগল। মবিশালী বখীয়াই পার্টোত। কড়ি বিচাৰিছিল । কড়ি নথকাত গাৰ কাপোবকে খহাই দি শৈব্যাই পুতেকৰ গুণ আক উপৰি পুৰুষৰ eat কৈ Barz বিনাই কান্দিবলৈ ধৰিলে । শ্মশান ৰৰীয়া হৰিশ্চন্দ্ৰই সকলো, কথা জানি আত্ম পৰিচয় দিলে। পুতেকৰ লগতে দুয়ো মৰিবলৈ cal যা কৰোতেই বিশ্বামিত্ৰ আহি, ৰক্ষা কৰিলেহি । খবিয়েই মৰ৷ পুতেকক জীয়ালে আৰু ৰাজ্য ওভোটাই দি সশৰীৰে স্বৰ্গলৈ বাবলৈ বৰ দি তেওঁ তপস্তা৷ কৰিবলৈ গল। হৰিশ্চন্দ্ৰ ৰাজ্য লৈ Bale আহিল ॥

ব্ৰহ্মবি বিশ্বামিত্ৰৰ গায়ত্রী ৰচন| কৰিছিল। এওঁৱেই ধনুৰ্ব্বেদ লিখিত অৱস্থালৈ নিয়ে। ৰাক্ষসবোৰৰ পৰা যজ্ঞ কৰিব নোৱাৰি এওঁ শ্ৰীৰাম লক্ষণক যজ্ঞ ৰক্ষ! কৰিব- লৈ লৈ যায়হি আৰু বাটত যাওঁতে অনেক শস্ত্ৰ শিকায়। ৰামে তাৰকাক মাৰি ঝধিব যজ্ঞ কৰোৱালত তেওঁ লোকক মিঠিল৷লৈ লৈ আহে, বাটত ৰামৰ হতুৱাই অহল্যাক শাপৰ পৰা, উদ্ধাৰ কৰায়। এওঁৰ যত্নতে Saigo আদিৰ বিবাহ হয় ।