সমললৈ যাওক

পৃষ্ঠা:ভোগ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

OE

বিশ্বামিত্ৰ । ৩৩

ay তিৰোত| আক আতুৰত পবা লোকক বক্ষ কৰা কর্তব্য বুলি হি | ভাবিহে মই এনে কৰিলে।। এতিয়া মোৰ দোষ ক্ষমা কৰে > যেন | মই যিহুকে লাগে তাকে দিওঁ তথাপিও মোক শাপ নিদিব । শৰণাগতক বক্ষা কৰা আপোনাসকলৰ নিচিনা |. | লোকৰ ধৰম,”--এই কথ! শুনি বিশ্বামিত্ৰই যিহকে খোজে হ্‌ তাকে দিবলৈ বুলি হৰিশ্চন্দ্ৰক শপত খুৱাই লৈ কলে, “বাৰু

ৰ}

এতিয়া তুমি ঘবলৈ যোৱা, সময়মতে যাম 1৮. এই বুলি কোৱাৰ কিছুদিনৰ পাচত এদিন ৰাজ্যলৈ গৈ পূৰ্ব্বৰ কথা পৌববাই কলে, “মৌক তোমাৰ ৰাজ্য দিয়া” । ৰজাই হাতত তিল কুণ লৈ বিশ্বামিত্ৰক বাজ্য দান দিলে তাৰ পিচত দানৰ দক্ষিণা বিচাৰিলত ধন ভ'ড়ালীক দক্ষিণা আনিবলৈ হুকুম aries কলে; «মোৰ ৰাজ্য হ’ল যেতিয়া ধন'ভ'ড়ালে৷ মোৰ ; তুমি আন উপায়ে দক্ষিণা দিয়া । এই কথ্‌| শুন। মানেই : হাব yas আকাশী স্বৰ্ণ ভাগি পৰিল, ভাবি চাই aay সাঁচা দেখি কিছু দিনৰ সময় লৈ হৰিশ্চন্দ্ৰ ৰাজ্য এবি খুজি মাগি দক্ষিণা গোটাবলৈ ওলাল, তাকে দেখি পতি Sal শৈব্যাও পুতেক ৰোহিতক লৈ বজাৰ লগতে ওলাল৷. দেশ Bre দক্ষিণী নেপাই কাশীত পোনতে পুতেক আৰু | শৈব্যাক এজন বামুনক বেচিলে। সিমানতে| টকাই নোজোবাত নিজে চাণ্ডালত বিক্ৰী গৈ খধিৰ খণৰ পৰা মুক্ত হ’ল। দক্ষিণা আদায় নোহোৱা দিনলৈকে, খবি দিনে দিনে অহা

যোরা কৰি আছিল |

ঢা