সমললৈ যাওক

পৃষ্ঠা:ভোগ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্রীকৃষ্ণ । ২৩

ৰাজ্যই হেনো। বর্তমান কেঞাৰ, দেশ, সেই পূৰ্ব্ব প্রথামতে এতিয়াও কেঁঞাই মুৰ data লাগে। বর্তমান গোটেইটে। মূৰ নুখুৰাই মাজে মাজে খুৰাই বুলি ইয়াত জন প্রবাদ প্রচলিত ৷ ৰুক্মিণীৰ গৰ্ভত প্ৰদ্যুমকে আদি কৰি দহোটা লৰ! হয়।

এ্ৰীকুষ্ণই পঞ্চ পাণ্ডৱক বৰ ভাল পাইছিল। অৰ্জুনৰ লগত সখী বন্ধাইছিল। দ্ৰৌপদীৰ স্বয়হ্বৰত Ase উপস্থিত আছিল। অৰ্জুনে লক্ষ্য ভেদ কৰি দ্ৰৌপদীক পোৱাৰ পাচত ছদ্মবেশী ভীমাৰ্জ্জনৰ সৈতে যেতিয়া সান আন ৰজাৰ যুজ, লাগে, শ্রীকৃষ্ণ মধ্যস্থ হৈ যুজ এৰুৱাই দিয়ে । যুধিষ্ঠীৰে ৰাজসূয় যজ্ঞ কৰোতে Slew নিজে ইন্দ্ৰগ্ৰস্থত উপস্থিত থাকি যাতে যজ্ঞ সুকলমে হয় তাৰ কাৰবাৰ কৰিছিল যজ্ঞ আৰম্ভৰ পূর্ববতে ভীমার্জ্জনে সৈতে জবাসন্ধ বাজাৰ ওচৰলৈ গৈ বন্দী বজ। সকলক মুকলি, কৰি দিবলৈ কয় নাইবা তেওঁ: লোক তিনি জনৰ ভিতৰত এজনেৰে সৈতে যুজ কৰিবলৈ কর়। জৰাসন্ধই ভীমকে শকত যেন দেখি, তেওঁৰে সৈতে য়ুজ কৰে, ‘আৰু, যুজত জৰাসন্ধ মৰে । আৰু ৰজা সকলক মুকলি কৰি দি যজ্ঞলৈ গুচি আহে। ভীষ্মৰ কথা মতে অর্চণাৰ অর্থ সকলোতকৈ আগত জীকৃষ্ণক দিয়াত শিশুপালৰ খণ্ড উঠি Beer নিন্দা কৰে আৰু Bee? arias শিশুপালক কাটি পেলায় ।