| হ২ ভোগ!
গুকৰে দক্ষিণা স্বৰূপ পঞ্চজন দৈত্যই চুৰকৈ নিয়! মুনিৰ পুত্ৰক আনি, দিবলৈ খাটে। তেতিয়া তেওঁলোক দুয়ো পঞ্চজনক মাৰি গুৰু পুত্ৰক আনি দিয়ে। আক সেই দৈত্যৰ পৰা পাঞ্চভন্য শঙ্খ পাই ঘৰলৈ উলটি.আহে।
মগধৰ ৰজা GUAT জোৱায়েক কংশক মৰাত খঙ উঠি কুৰি.অক্ষৌহিনী সেনালৈ Brace আদি কৰি এটাই যহ্কুল ধ্বংস কৰিবৰ কাৰণ এঠৰ বাৰ মথুৰালৈ আহে কিন্তু এত্যেক বাৰেই গ্ৰীকৃষ্ণৰ কৌশলত হাৰি গুচি যায়। শেহত জববাসন্ধই কালযবনৰ সহায় লয়। এনে দুটা প্রবল শত্ৰুৰ জগত যুঞ্জ কৰি প্রজা ক্ষয় কৰাতকৈ সেইঠাই এৰি যোৱাই ভাল যেন ভাবি আম আন লোক সকলক বুজাই তাৰ পৰা দ্বাৰকালৈ | ৰাজধানী উঠাই নিয়ে | তাৰ পিচত অকলে মথুৰালৈ আহি বুদ্দিবে মুচুকুন্দ বজাৰ পর্ববতৰ গুহালৈ লৈ গৈ কালযবনক বধ কৰে।
বজা ভীষ্মকৰ জীয়েক sah aq ৰূপবতী আক গুণবতী আছিল। তেওঁ Sees ৰূপৰ কথা শুনি পতি স্বৰূপে পাবলৈ আবাধনা কৰে; আকু চিঠিবে তেওঁৰ লগত বিয়াৰ দিহা কৰে। ভাৰ পিচত site ককায়েক হঁতে বির! পাতে তেনেতে Slows কাকণীক চুৰকৈ লৈ যায়। কক্সিণীৰ | ককায়েক কক্মবীৰে খেদি যায়। বাটতে উভটি ধৰি যুজ লাগে। যুজত ৰুত্মগীব;সমুলি হাবে। ভনীয়েকৰ খাটনিভ নেমাৰি মূৰ খুৰাই এবি দিয়ে। ককায়েকেও শাজত আৰু