এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
লেগৈ। WY আহি ভয়ঙ্কৰ বূপ দেখি a Tears পৰা উপরি, লৰ মাৰিলে ।
ভেতিয়| প্রহলাদক sal? বিষ্ণুৰ খঙ মাৰ নিয়াবলৈ ক’লে ৷ প্রহন।দে ব্ৰহ্মাৰ বচন মতে লাহে লাহে তেওঁৰ ওচৰলৈ গৈ মাটিত দীঘল দি কৰযোৰ কৰি চৰণত ধৰি পৰি আছে।
নৃসিংহই বহুত পৰব পাচত হাহি পেলালে আক নিজহাতে
পএ্রহলাদক কোলাত তুলি ললে। প্রহলাদে তেতিয়া অনেক কাকুতি কৰিলে ৪__
কিবা স্তুতি নতি কবিবোহো আমি
AAI EF স্বভাৱ | ভরক্কব কোপ দেখিয়া তোমাৰ প্রভু ভয় মোৰ নাই । সংসাৰ চক্ৰৰ নিকাৰ দেখিয়া সদায় খাতু উৰাই | এইদৰে বহুবিধ স্ত্রতি কৰি গ্রহলাদ পৰি ae | তেতিয়া PRT AE মাঝ গঃল আক প্রহলাদক কলে, ‘তোমাৰ ভক্তিত মই তুষ্ট হৈছে| । এতিয়া কি বৰ লাগে তোর”? তেতিয়া প্রহনাদে vq “তোমা অকাম ভূত্য আমি তুমিও নিষ্কাম মোৰ দ্বামী” এই কথ| শুনি নুসিংহই বৰ সন্তোষ পাই গদ গদ মাতেৰে ক’লে, ' “তোমাৰ নিচিন! ভক্তক একো! বৰ দিব CARICA ।