সমললৈ যাওক

পৃষ্ঠা:ভোগ.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নলদময়ুন্তী। ৯৯

হো Bay নল তেওঁৰ লগত আহিব। এই বুলি ag

1 লৈ খবৰ দিলে। খবৰ পাই খতুপর্ণ কেতিয়া পাওঁগৈ, Pleat পাওঁগৈ হল। আৰু নলক ৰথ সজাবলৈ কলে। লে দময়ন্তীৰ স্বয়ত্বৰ কথ| শুনি বেজাৰত মৃত্যু প্ৰায় হল । 1ৰু ৰজাক কলে “মহাৰাজ sn কৰি আজিব কাৰণে ইন এজন সাৰথি mea, কিন্তু ৰজা মান্তি নহল। নল লাবলৈ বাধ্য হল, আৰু যাত্রা কৰিলে। ৰথ ইমান বেগাই নিছিল যে বাটত, বতাহৰ কোবত খতুপৰ্ণৰ উত্তৰীয় বস্তু ৰি আহিল। দময়ন্ডীৰ বাপেকৰ ঘৰৰ মুখতে এজোপা লিখা গছ। খতুপর্ণ ৰজাই এক অদ্ভুত অঙ্ক বিদ্ধাৰ বলত | খা মাত্রেই গছৰ ফল আক পাতৰ সংখ্যা কব পাবিহিল। ই বিষ্ঠা ane দলিলে । এই বিদ্যাৰে সেই শিলিখা গছ বে চাই যাওঁতেই পাত বোৰ লেখি পেলালে; আক ছৰেকৰ ঘৰ বুলি চিনি পালে | _

বুহুত অ'তৰত থাকৌতেই দময়স্তীয়ে ৰথৰ চকৰিব মাত নি জানিব পাৰিলে যে নল ৷ আহিছে। নলে চলোৱা খিত বাজৈ কোনেও ইমান কোবত ৰথ চলাব নোৱাৰে। তভতিয়া! তেওঁৰ আনন্দৰ পাৰ নোহোৱা হল। চাওঁতে [তে ৰথ আহি ঘৰ পালেই। কিন্তু খতুপর্ণ ৰজা দেখি বাক যে সয়ম্বৰৰ কোনো গম গতি নাই। তেতিয়া তেওঁ নৈয়ে আহিছে বুলিয়েই কলে |

নল চহিচৰ ঘৰত আছেহি। দময়ন্তীয়ে নলক, মতাই