৯৬ ভোগ ৷
অৰণ্য পায়েই এজাক কপৌ চবি থক| দেখি নলে নিজে পিন্ধি থকা কাপোৰ খনকে চৰাই ধৰিবৰ মনেৰে দলি মাৰি দিলে। কিন্তু এইটো একমাত্র কলিব চক্রান্তহে । কপৌ বোৰে কাপোৰ খন লৈ উৰি গল। নল নাঙ্গঠ হল। একো উপায় নোহোৱাত দময়ন্তাৰ খনকে gral পিন্ধিলে। তেতিয়া নলে দময়ন্তীক কলে, “তুমি আক মোৰ লগত থাকি দুখ খাব নেলাগে | এই বাটেদি পিতাৰৰ ঘৰলৈ গুচি cata” কিন্তু দময়স্তীয়ে এই উত্তৰ দিলে, “স্বামী যত থাকে তিৰোতাৰ সেয়ে AA? নলে আক একো! নেমাতিলে |
ইয়াৰ কিছু frag পাছত এদিন বৰ ভাগৰ লাগিলত দুয়ো! এজোপ গছৰ তলতে গুলে | দময়ন্তীৰ বেগতেই টোপনী আহিল । তেতিয়া! নব মনত এনে ভার আহিল ca যদি তেওঁ দয়মস্তীব হাত সাধিব পাবে, তেন্তে তেও আক নিশ্চিন্ত মনে ফুৰিবলৈ চল পাব ॥ আক দয়মস্তীয়ে তেতিয়া বাধ্য হৈ বাপেকৰ ঘৰলৈ যাব আকু লৰ| ছোৱালী ছুটিক প্রতিপালন কৰিবগৈ। কিন্তু এখন কাপোৰ ছুয়ে! পিন্ধি আছে ৷ জানেচা স্সাজুৰিলে HAIG সাৰ পায়। এই বুলি ইফাল সিফাল কৰি চাওঁতে এখন চোক| তৰোৱাল দময়ন্তীৰ ওচৰতে দেখিবলৈ পালে। ( কলিয়ে সেই তবোবাল, তাত থৈ দিছিল।);- তেতিয়৷ তেওঁ বস্ত্ৰখন মাজতে কাঢি তাৰ পৰা গুচি গল।
cafeal দমন্তীয়ে সাৰ পাই নলক ওচৰত দেখা নেপালে. তেতিয়া দময়ন্তাব শ্লোকৰ কথা আমি এই লিখনীবে লিখি.