সমললৈ যাওক

পৃষ্ঠা:ভোগ.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শুনিলে সেই পদিনাৰ পৰা aie তেওঁ সকলো এবিলে, সখী সকলৰ লগত উমপলিবলৈও এৰিলে। মাত্ৰ যতে ততে বহি মন মাৰি fea কিবি ভাবি থাকে। ঘনে ঘনে হৃমুনীয়া কাঢ়ে ৷ খাৱন শোৱনৰ ফালে যে কান সাৰ একে বাৰে এৰিলে ) সখী সকলে এই বোৰ দেখি শুনি বাপেক ভীম নৰপতিৰ আগত সকলো কথা ভাঙ্গি পাতি কলে। আৰু তেতিয়াই ৰজাই দময়ন্ীৰ অয়ম্ববব সকলো আয়োজন কৰিলে আক দেশে দেশ দূত পথিয়ালে।

দময়ন্তীব পর়ম্ববৰ কথা শুনি অনেক দেশৰ agi আহি বিদর্ভ ভৰি পৰিল ৷ নিমন্ত্রণ পাই নলে| সসৈন্যে যাত্রা কবিলে। বাটতে দেৱত| সকলে নলক দেখি ভাবিবলৈ ধৰিলে, ‘নল থাকৌতে দময়ন্তীয়ে আমাৰ বৰ| নিতান্ত অসম্ভব । এতেকে ইয়াৰ এট| উপায় নকধিলে agai তেতিয়া ইন্দ্ৰই নসক মাতিলে, ws stm “নল নৰপতি! তোমাৰ ওচৰত আমাৰ এটা অনুৰোধ আছে। তুমি সেই অন্থবোধটি বক্ষ “বিম বুলি প্রতিজ্ঞা কৰা ৷ তেতিয়াহে আমি তোমাক কথাটো কম। নল বৰ বিমোৰত পৰিল, আৰু অগভ্য| কৰিম বুলি প্রতিজ্ঞ কৰিলে ৷ তেতিয়। ইন্দ্ৰই কলে, “নল | তুমি দময়ন্তীক গৈ কব লাগে যে সর়ম্ববত চাৰিজন দেবতাৰ ভিতৰত এজনক বৰিব লাগে 1৮. তেতিয়া নলৰ মুৰত আকাশী সৰগ ভাগি পৰিল। আক কলে, “ACA দময়ন্তীক লভিবৰ মনেৰে আহিছেঁ৷ ৷ এতেকে মই এতিয়া এনে কাম কৰিম কেনেকৈ?