পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শালিকাৰ কাজিয়া

শালিকী শালিকাৰ
 এদিন দুপৰীয়া
লাগিল চোতালতে
 বৰ কজিয়া

মুখ চোকা শালিকাৰ
 তালফাল মাত
ওচৰত থকা সৱে
 কাণত দিলে হাত।

(২)