পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কোনে

সোনকনে সোধে
 বাইদেউ কোৱা
কথাবোৰ মই
 বুজি নাই পোৱা৷
ইমানবোৰ বস্তু
 এই পৃথিৱীত
সকলোৰে আছে নাম
 বৰ আচৰিত ৷
কোনে দিলে গছৰ নাম
 কোনে দিলে ফুলৰ
কোনে দিলে জন্তুৰ
 কোনে দিলে ফলৰ?

(২৭)