পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/২৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমৰলিৰ হেৰাল বাট

আমৰলি পৰুৱাৰ
হেৰাল বাট
খৰখোজে কেৰেলুৱা
ওলাল তাত।
আমৰলিয়ে খঙতে
মাৰিলে কামোৰ
কেৰেলুৱাই বোলে
সেয়ে এনে দশা তোৰ।

⸺○⸺

(২৩)