পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰামধেনু

ৰামধেনুৰ সাতৰঙ
 বৰ মনোমোহা
উজলিছে আকাশত
 চালে চকুৰোৱা
ৰঙা নীলা বেঙুনীয়া
 আৰু সুমথিৰা
সেউজীয়া আছে তাত
 আৰু হালধীয়া৷

(২০)