পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সপ্তাহৰ সাত দিন

সপ্তাহত সাত দিন
জানানে নাজানা
তাৰো আছে নাম
কওঁ শুনি যোৱা।


সোম মঙ্গল বুধ
বৃহস্পতি শুক্ৰ
শনি আৰু দেওবাৰ
এয়ে পাক চক্ৰ।

⸻০⸻

(১৫)