পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪। অঙ্ক।

প্ৰথম পট।
(শিৱদৌল)

এজন সন্ন্যাসী আৰু দুজন “ছেলা’’।

১ম, ছেলা।— (ভাং মলি মলি) বেবাজী, হামি ইস্কু মলি মলিকে একদম্ জহৰ বনাই দেগা। আপুনি দেখেগা।

সন্ন্যাসী।—হাঁ, আচ্ছেই হে, বানাওঁ।

২য়, ছেলা।—চাওঁ, ভাই, মোক দিয়াচোঁ; ময়ো এমলা মাৰি দিওঁ। (১ম, ছেলাৰপৰা ভাং-টিকিৰা নিজৰ হাতলৈ লৈ মলি মলি সন্ন্যাসীক দি) দেখিয়ে বেবা, হামি মলি মলিকে একদম বৰএঠাকা মাফিক্‌ লেটেকা কৰি দিয়াহেঁই।

সন্ন্যাসী।—(গোটাদিকে টিপনি দি ভাংটিকিৰাটো ১ম, ছেলাৰ হাতলৈ দি) ইচিকো জহৰ বল্‌তা। আভি কুঁট্‌কে লাগাও।

১ম, ছেলা।—বহুত এচ্ছা বেবা! (ভাং কুটিবলৈ লাগি যায়)।

২য়, ছেলা।—এচ্ছা, বেবা! হামি এক বাট পুছিব মাঙ্গিছে।

সন্ন্যাসী।—আচ্ছা পুছও, ক্যাবাত।

২য়, ছেলা।—বেবা! আপুনি এন্ধাৰ ৰাতি মৰিশালিমে কিয়া আস্তে হৰ্দ্দম

যাতাহে?

৬৪