পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীমান ভবানীকান্ত বৰুৱা, বি, এ

চিলং

মৰমৰ অকণ,

 মৰমৰ চিনস্বৰূপে তোমাৰ উদগণিতে হোৱা এই ক্ষুদ্ৰ নাটক খনি তোমাৰ হাততে দিলো। ইতি—

তোমাৰ

মথুৰ

লাবান,
চিলং
১।১।৪৮