পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
[ তৃতীয় অঙ্ক
ভীষ্মৰ শৰ-শয্যা।

[ লুকাই থাকি শ্রীকৃষ্ণ ]


{{dialogue indented
|কৃষ্ণ-—
|সখি, যোৱা পলম নকৰিব৷ তোমাক দুৰ্য্যোধন বুলিহে
|
|জানিব।

[ অৰ্জ্জুনৰ প্ৰবেশ ]


|অর্জুন—
|পিতামহ !
|ভীষ্ম –
|আকৌ কিয় আহিছা? যি পাঁচ পাত শৰ বাচি থৈছো
|
|কেনেবাকৈ কোনোবাই নিয়ে বুলি আৰু পাহৰোঁ বুলি
|
|ৰাখি আছোঁ; আকৌ যদি আহঁ৷ আৰু এপাত উলিয়াই
|
|লম। পাণ্ডব আৰু কৌৰব সকলো ধ্বংস হব। যোৱা,
|
|যোৱা ।
|অর্জুন –
|এই পাঁচপাত শৰ মোক দিয়কচোন, মই নিজেই
|
|পাণ্ডৱক সংহাৰ কৰিম।
|ভীষ্ম—
|মোক আকৌ কাপুৰুষ বুলি জগতত ঘোষণা কৰিব
|
|খুজিছা? এই শৰেৰে তুমি মাৰিলেও জগতত কোনেও
|
|বিশ্বাস নকৰে, মানুহে ৰতিব যে ভীষ্মই নিজে নেমাৰি
|
|দুৰ্য্যোধনৰ হতুৱাই মৰালে।
|অৰ্জ্জুন –
|বাৰু যেয়ে যি কয় কওক । ম‍ই মাৰিলেওতে৷ মৰিব ।
|ভীষ্ম –
|সৰু লৰা এটায়ো যদি পাণ্ডবৰ গাত এই শৰ নিক্ষেপ
|
|কৰে তেনেহলেও পাণ্ডবৰ মৃত্যু হব ৷ বাৰু নিয়া ।
|অৰ্জ্জুন —
|তেনেহলে আৰু আপোনাক আমনি দিবলৈ শিবিৰলৈ

|নাহেঁ৷--
|সেৱাহে । ( প্রস্থান)
|কৃষ্ণ –
|যদি কিবা আমনি দিওঁ যুদ্ধক্ষেত্ৰতহে দিম।}}