পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ৭১ যষ্ঠ ভাগ-বাজ্য সমূহ-অনুচ্ছেদ ২১০-২১৩ ১ [উপন্তু ২-৩ [অৰুনাচল প্ৰদেশ, গোৱা আৰু মিজোৰাম ৰাজ্যসমূহৰ বিধান মণ্ডলৰসম্পৰ্কত এই খণ্ডটো এনেদৰে প্ৰভাৱী হব যেন তাত থকা “পোন্ধৰ বছৰ” শব্দ সমূহৰ পৰিৱৰ্ত্তে শব্দ সমূহ। “চল্লিশ বছৰ” প্ৰতিষ্ঠাপিত।] ২১১! কোনো ৰাজ্যৰ বিধান মণ্ডলত উচ্চতম ন্যায়ালয়ৰ বা কোনো উচ্চ ন্যায়ালয়ৰ কোনো বিধান মণ্ডল ন্যায়াধীশে নিজ কৰ্ত্তব্য পালন কৰোতে কৰা আচৰণ সম্পৰ্কে কোনো আলোচনা হব নোৱাৰিব। আলোচনাৰ ওপৰত নিবন্ধন। ২১২।(১) কোনো প্ৰক্ৰিয়াব কোনো অভিকথিত অনিয়মিতাৰ আধাৰত কোনো ৰাজ্যৰ বিধান ন্যায়ালয়ে বিধান মণ্ডলৰ মণ্ডলৰ কাৰ্য্যবাহীৰ মান্যতাৰ সম্পৰ্কে আপত্তি কৰিব নোৱাৰিব। কাৰ্য্যবাহী সম্পৰ্কত (২) কোনো ৰাজ্যৰ বিধান মণ্ডলৰ এনে কোনো পদাধিকাৰী বা কোনো সদস্য যাৰ ওপৰত পৰিপৃচ্ছা নকৰিব। এই সংবিধানৰ দ্বাৰা অথবা অধীনত বিধান মণ্ডলৰ প্ৰক্ৰিয়াৰবা কাৰ্য্য পৰিচালনাৰ বিনিয়মন কৰিবলৈ অথবা শৃঙ্খলা ৰক্ষা কৰিবলৈ ক্ষমতা ন্যস্ত কৰা হয় তেওঁ ক্ষমতাবিলাক নিজে প্ৰয়োগ কৰাৰ সম্পৰ্কত কোনো ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰৰ অধীন নহব। চতুৰ্থ অধ্যায় ৰাজ্যপালৰ বিধায়িনী ক্ষমতা বিধান মণ্ডলৰ বিশ্ৰান্তি ২১৩ (১) বিধান সভাৰ অধিবেশন চলি থকা সময়ৰবা বিধান পৰিষদ থকাৰাজ্যৰ উভয় সদনৰ কালত ৰাজ্যপালৰ অধিবেশন চলি থকা সময়ৰ বাহিৰে যদি কোনো সময়ত ততালিকে কাৰ্য্য কৰিবলৈ প্ৰয়োজন হোৱা অধ্যাদেশ প্ৰখ্যাপন পৰিস্থিতি বিদ্যমান বুলি ৰাজ্যপাল পতিয়ন যায় তেনেহলে তেওঁ এনে অধ্যাদেশ প্ৰখ্যাপন কৰিব পাৰে কৰাৰ ক্ষমতা। যিটোনেকি তেনেকুৱা পৰিস্থিতিত আৱশ্যকীয় বুলি প্ৰতীত হয়? পৰন্তু, ৰাষ্ট্ৰপতিৰ বিনানুদেশে ৰাজ্যপালে তেনুেক কোনো অধ্যাদেশ প্ৰখ্যাপন নকৰিব যদিহে - (ক) তেনেকুৱা উপবন্ধ সমূহ সন্নিবিষ্ট কোনো বিধেয়ক বিধান মণ্ডলত উত্থাপন কৰাৰ | কাৰণে এই সংবিধানৰ অধীনত ৰাষ্ট্ৰপতিৰ পূৰ্ব্ব মঞ্জুৰীৰ আৱশ্যক হয়; বা (খ) তেনেকুৱা উপবন্ধ সমূহ সন্নিবিষ্ট কোনো বিধেয়ক ৰাষ্ট্ৰপতিৰ বিচাৰাৰ্থে ৰক্ষিত কৰা আৱশ্যক বুলি তেওঁ বিবেচনা কৰে; বা (গ) তেনেকুৱা উপবন্ধ সমূহ সন্নিবিষ্ট ৰাজ্যৰ বিধান মণ্ডলৰ কোনো অধিনিয়ম ৰাষ্ট্ৰপতিৰ বিচাৰাৰ্থে ৰক্ষিত হৈ ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মতি প্ৰাপ্ত নহলে এই সংবিধানৰ অধীনত অবিধিমান্য হয়। (২) এই অনুচ্ছেদৰ 'তাধীনস্থ কোনো অধ্যাদেশৰ ৰাজ্যপালৰ দ্বাৰা সন্মতিপ্ৰাপ্ত ৰাজ্যৰ বিধান মণ্ডলৰ অধিনিয়ম এখনৰ সৈতে সমান বল আৰু প্ৰভাৱ হব, কিন্তু তেনেকুৱা প্ৰত্যেক অধ্যাদেশ - (ক) ৰাজ্যৰ বিধান সভাৰ আগত বা বিধান পৰিযদ থকা ৰাজ্যৰ উভয় সদনৰ আগত দাঙি ধৰা হব আৰু বিধান মণ্ডল পুনঃ সমবেত হোৱাৰ ছয় সপ্তাহৰ সমাপ্তিত বা সেই কালাৱধিৰ সমাপ্তিৰ পূৰ্বে যদি বিধান সভাৰ দ্বাৰা ইয়াক অননুমোদন কৰি কোনো সংকল্প পাৰিত হয় আৰু যদি বিধান পৰিষদ থাকে সেই বিধান পৰিষদৰ দ্বাৰা সেই সংকল্প স্বীকৃত হয় তেনেহলে স্থান বিশেযে সংকল্প পাৰণৰ লগে লগে বা পৰিষদৰ দ্বাৰা সংকল্প স্বীকৃত হোৱাৰ লগে লগে সেই অধ্যাদেশৰ প্ৰৱৰ্ত্তনৰ সমাপ্তি ঘটিব; আৰু • ১ মিজোৰাম ৰাজ্য অধিনিয়ম, ১৯৮৬(১৯৮৬ ৰ ৩৪)ৰ ধাৰা ৩৯ ৰদ্বাৰা (২০-২-১৯৮৭ ৰ পৰা) প্ৰভাৱী হোৱাকৈ অন্তঃস্থাপিত। ২| অৰুণাচল প্ৰদেশ অধিনিয়ম, ১৯৮৬ (১৯৮৬ ৰ ৬৯) ৰ ধাৰা ৪২ ৰ দ্বাৰা “মিজোৰাম ৰাজ্যৰ বিধান মণ্ডলৰ স্থানত (২০-২-১৯৮৭ ৰ পৰা প্ৰভাৰী হোৱাকৈ) প্ৰতিষ্ঠাপিত। ৩। গোৱা, দমন আৰু দিউ পূৰ্নগঠন অধিনিয়ম, ১৯৮৭ (১৯৮৭ ৰ ১৮) ৰ ধাৰা ৬৩ ৰ দ্বাৰা “অৰুণাচল প্ৰদেশ আৰু মিজোৰাম”ৰ মাজত প্ৰতিষ্ঠাপিত।