পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৃষ্ঠা ২৭ ৩০ [ C ] অনুচ্ছেদ ৮০।! ৰাজ্যসভাৰ গঠন। ৮১। লোক সভাৰ গঠন। প্ৰত্যেক জনগননাৰ পিচত পুনঃ সমযোজনা। সংসদ সদন দ্বয়ৰ কালাবধি। ৮৪। সংসদ সদস্য পদৰ বাবে অহতা। ৮৫ | সংসদ অধিবেশন সমূহৰ সত্ৰাৱসান আৰু বিঘটন। সদনত অভিভাষণ দিবলৈ আৰু বাণী পঠাবলৈ ৰাষ্ট্ৰগতিৰ দ্বাৰা বিশেষ অভিভাষণ। ৮৭। ৰাষ্ট্ৰপতিৰ দ্বাৰা বিশেষ অভিভাষণ। bb1 সদনৰ সম্পৰ্কত মন্ত্ৰীবৰ্গ আৰু মহান্যায়বাদীৰ অধিকাৰ। সংসদৰ পদাধিকাৰীসকল ৮৯। ৰাজ্যসভাৰ সভাপতি আৰু উপসভাপতি। ৩১ ৯০। উপসভাপতি পদৰ ৰিক্ততা, পদত্যাগ আৰু পদৰ পৰা অপসাৰণ। সভাপতি পদৰ কৰ্তব্যসমূহ পালন কৰিবলৈ অথবা সভাপতি ৰূপে কাৰ্য্য চলাবলৈ উপসভাপতি বা আন ব্যক্তিৰ ক্ষমতা। ৩১ সভাপতি বা উপ-সভাপতিক পদৰ পৰা অপসাৰণ কৰাৰ সংকল্প বিচাৰাধীন হৈ থকা কালত সভাপতি বা উপ-সভাপতিয়ে সভাপতিত্ব নকৰিব। লোক সভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ। ৩২ ৯৪। অধ্যক্ষ বা উপাধ্যক্ষৰ পদৰ ৰিক্ত, পদত্যাগ আৰু পদৰ পৰা অপসাৰণ। ৯৫। অধ্যক্ষৰূপে কাৰ্য্যচলাবলৈ বা সেই পদৰ কৰ্তব্য পালন কৰিবলৈ উপাধ্যক্ষ বা আন লোকৰ ক্ষমতা। ৩২. পদৰ পৰা অপসাৰণৰ বাবে কোনো সংকল্প বিচাৰাধীন হৈ থকা কালত অধ্যক্ষ বা উপাধ্যক্ষই সভাপতিত্ব নকৰিব। ৩২ ৯৭ | সভাপতি আৰু উপসভাপতিৰ আৰু অধ্যক্ষ আৰু উপাধ্যক্ষৰ বেৰ্তন আৰু ভাত্তা। ৯৮| সংসদ সচিবালয়। ৩২ সদস্যসকলৰ দ্বাৰা শপত বা প্ৰতিজ্ঞান। ১০০। সদনত ভোটদান, আসন ৰিক্ত থকা সত্ত্বেও সদনৰ কাৰ্য্য কৰাৰ ক্ষমতা আৰু থুল। সদস্যসকলৰ অনীতাসমূহ ১০১। আসনৰ বিক্ততা। ৩৩ ১০২। সদস্যপদৰ বাবে অনহতসমূহ। ১০৩। সদস্যসকলৰ অনতা বিষয়ক প্ৰশ্নৰ ওপৰত বিনিশ্চয়। ১০৪। অনুচ্ছেদ ৯৯ৰ অধীনত শপত লোৱাৰ বা প্ৰতিজ্ঞান কৰাৰ পূৰ্বে কিম্বা অৰ্থ নোহোৱাকৈ বা অনৰ্থ হৈ সদস্যৰ স্থানত বহা আৰু ভোট দিয়াৰ কাৰণে দণ্ড। ৩৪ সংসদৰ আৰু তাৰ সদসাসকল ক্ষমতা, বিশেষাধিকাৰ আৰু উক্তিসমূহ। ৩৫ ১০৫। সংসদ সদন দুখনৰ আৰু তাৰ সদস্য সকলৰ আৰু সমিতি বিলাকৰ ক্ষমতা, বিশেষধিকাৰ ইত্যাদি। ১০৬। সদস্য বিলাকৰ বেতন আৰু ভাত্তা। 00 ৩৫