পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ৪৯ পঞ্চম ভাগ-সংঘ অনুচ্ছেদ ১৪২-১৪৫ ১৪২।(১) উচ্চতম ন্যায়ালয়ে ইয়াৰ ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰোতে এনে ডিক্ৰী বা আদেশ দিব উচ্চতম ন্যায়ালয়ৰ ডিক্ৰী পাৰে যিটো নেকি ইয়াৰ বিচাৰাধীন হৈ থকা কোনো বাদ বা বিষয়ৰ সম্পূৰ্ণ ন্যায় কৰিবলৈ আৱশ্যক আৰু আদেশ আৰু হয়, আৰু এনেকৈ পাৰিত কোনো ডিক্ৰী অথবা এনেকৈ দিয়া কোনো আদেশ ভাৰতৰ সৰ্ব আবিষ্কাৰ আদি সম্বন্ধে ৰাজ্যক্ষেত্ৰতে, সংসদে প্ৰস্তুত কৰা কোনো বিধিৰ দ্বাৰা বা অধীনত যথা বিহিত ৰীতিৰে আৰু সেই আদেশৰ বলবৎকবণ। অৰ্থে সেইদৰে উপবন্ধ নকৰালৈকে ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা যথাবিহিত কৰা ৰীতিৰে প্ৰৱৰ্ত্তনীয় (২) এই বিষয়ে সংসদেকৰা কোনো বিধিৰ উপবন্ধাৱলীৰ সাপেক্ষে ভাৰতৰ গোটেই ৰাজ্যক্ষেত্ৰৰ সম্বন্ধত কোনো ব্যক্তিক হাজিৰকৰোৱাৰ, কোনো দলিল আৱিষ্কাৰ বা দাখিল কৰোৱাৰ অথবা ইয়াৰ নিজৰ অৱমাননাৰ অনুসন্ধান কৰোৱাৰ বা দণ্ড দিয়াৰ প্ৰয়োজনৰ বাবে যি কোনো আদেশ দিবলৈ উচ্চতম ন্যায়ালয়ৰ সকলো আৰু প্ৰত্যেকটো ক্ষমতা থাকিব। | ১৪৩(১) যদি কোনো সময়ত এইটো ৰাষ্ট্ৰপতিৰ প্ৰতীত হয় যে বিধি বা তথ্যৰ এনে এটা প্ৰশ্ন উচ্চতমন্যায়ালয়ৰ লগত উঠিছে বা উঠাৰ সম্ভাৱনা আছে যিটো নেকি এনে প্ৰকৃতিৰ বা এনেকুৱা সাৰ্ব্বজনিক গুৰুত্বৰ হয় যে, পৰামৰ্শ কৰিবলৈ সেই প্ৰশ্নৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ ৰায় লোৱাটো সমীচীন হয়, তেনেহলে ৰাষ্ট্ৰপতিয়ে সেই-বাষ্ট্ৰপতিৰক্ষমতা। প্ৰশ্নটো বিচাৰৰ বাবে সেই ন্যায়ালয়লৈ পঠিয়াব পাৰে আৰু ন্যায়ালয়ে যথোচিত বুলি ভবা মূৰ্তে লোৱা শুনানীৰ পিচত সেই প্ৰশ্নৰ ওপৰত দিয়া ইয়াৰ ৰায় ৰাষ্ট্ৰপতিক জনাব পাৰে। (২) অনুচ্ছেদ ১৩১ৰ পৰম্ভকত [ } যিকোনো কথা থকা সত্ত্বেও, ৰাষ্ট্ৰপতিয়ে ৩ উক্ত পৰম্ভকত উল্লিখিত ধৰণৰ বিবাদ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ অৰ্থে পঠিয়াব পাৰে আৰু উচ্চতম ন্যায়ালয়ে যথোচিত বুলি ভবা মতে লোৱা শুনানীৰ পিচত সেই প্ৰশ্নৰ ওপৰত ইয়াৰ ৰায় ৰাষ্ট্ৰপতি জনাব লাগিব। ১৪৪ | ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ চিভিল আৰু ন্যায়িক সকলো প্ৰাধিকাৰীয়ে উচ্চতম ন্যায়ালয়ৰ চিভিল আৰু ন্যায়িক সহায়ক ৰূপে কাৰ্য্য কৰিব। প্ৰধিকাৰী সকলে উচ্চতম ১৪৪ ক। বিধিৰ সাংবিধানিক বিধিমান্যতা সম্বন্ধীয় প্ৰশ্ন নিষ্পত্তিৰ বাবে বিশেষ উপবন্ধসমূহ- ন্যায়ালয়ৰ সহায়ক ৰূপে সংবিধান (দ্বাচত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাৰা ২৫ৰদ্বাৰা অন্তঃস্থাপিত আৰু সংবিধান কাৰ্য্য কৰিব। (ত্ৰিচাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৭ ৰ ধাৰা ৫ৰ দ্বাৰা নিৰসিত কৰা হৈছে (১৩-৪-৭৮ তাংৰ

১৪৫।(১) সংসদে প্ৰণয়ন কৰা কোনো বিধিৰ উপবন্ধ সমূহৰ সাপেক্ষে; উচ্চতম ন্যায়ালয়ে ন্যায়ালয়ৰ নিয়ম আদি। সময়ে সময়ে, ৰাষ্ট্ৰপতিৰ অনুমোদন লৈ তলত দিয়া বোৰ অন্তৰ্ভুক্ত কৰি সাধাৰণত ও ন্যায়ালয়ৰ কাৰ্য প্ৰণালী আৰু প্ৰক্ৰিয়া বিনিয়মনৰ অৰ্থে নিয়মাৱলী প্ৰস্তুত কৰিব পাৰিব। (ক) ন্যায়ালয়ত ওকালতি বৃত্তি কৰা ব্যক্তিসকলৰ সম্পৰ্কে নিয়মাৱলী, (খ) আপীলৰ শুনানীৰ অৰ্থেপ্ৰক্ৰিয়াৰ নিয়মাৱলী আৰু ন্যায়ালয়ত আপীল দৃাখিল কৰাৰ সময়কে ধৰি আপীল সম্বন্ধীয় অন্য বিষয়বোৰৰ সম্পৰ্কে নিয়মাৱলী; ১।ভাৰতৰ ৰাজপত্ৰ (বিশেষ সংখ্যা) ভাগ ২ ধাৰা ৩ৰ পৃষ্ঠা ৭৫ ত বিধি মন্ত্ৰালয়ৰ অধিসূচনানংচি, অ ৪৭ তাং ১৪-১-১৯৫৪ ৰ লগত প্ৰকাশিত উচ্চতম ন্যায়ালয় (ডিক্ৰী বা আদেশ) বলবৎকৰণ আদেশ, ১৯৫৪-দ্ৰষ্টব্য। • ২। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা “১ম খণ্ডত”শব্দসমূহ, বন্ধনী আৰু সংখ্যা লোপ কৰা হৈছে। ৩। উক্তঅধিনিয়ম উক্ত ধাৰা আৰু অনুসূচীৰ দ্বাৰা “উপৰোক্ত খণ্ডত” কথাখিনিৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত কৰা হৈছে॥