পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[গ]

অনুচ্ছেদ পৃষ্ঠা

চতুৰ্থ ভাগ

ৰাজ্যৰ নীতিৰ নিদেৰ্শক সূত্ৰসমূহ


৩৬। পৰিভাষা। ১৫
৩৭। এই ভাগত থকা সূত্ৰসমূহৰ প্ৰয়োগ। ১৫
৩৮। লোক কল্যাণৰ উন্নতিৰ অৰ্থে ৰাজ্যৰ দ্বাৰা সামাজিক ব্যৱস্থাৰ প্ৰবৰ্ত্তন। ১৫
৩৯। ৰাজ্যৰ দ্বাৰা অনুসৰণীয় কিছুমান নীতি সূত্ৰ। ১৫
৩৯ক। সমান ন্যায় আৰু বিনামূলীয়া বিধিক সাহায্য। ১৬
৪০। গাঁও পঞ্চায়ত সংগঠন। ১৬
৪১। কেতবোৰ অৱস্থাত কাম কৰা, শিক্ষা লাভ কৰা আৰু ৰাষ্ট্ৰীয় সহায়তা পোৱাৰ অধিকাৰ। ১৬
৪২। কামৰ ন্যায্য আৰু মানৱোচিত অৱস্থা সুনিশ্চিত কৰিবলৈ আৰু প্ৰসূতি
  মংগলৰ কাৰণে উপবন্ধ। ১৬
৪৩। বনুৱাসকলৰ বাবে জীৱন নিৰ্বাহ মজুৰি আদি।{{Float right|১৬}
৪৩ক। উদ্যোগ পৰিচালনাত কৰ্ম্মীসকলৰ অংশ গ্ৰহণ। ১৬
৪৪। নাগৰিকসকলৰ কাৰণে একে ধৰণৰ চিভিল সংহিতা। ১৬
৪৫। ল’ৰা-ছোৱালীৰ কাৰণে বিনা মাচুলে আৰু বাধ্যতামূলক শিক্ষাদানৰ উপবন্ধ। ১৬
৪৬। অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য দূৰ্বল শ্ৰেণীৰ লোকসকলৰ
  শিক্ষামূলক আৰু আৰ্থিক সম্বন্ধীয় স্বাৰ্থৰ উন্নয়ন। ১৬
৪৭। পৰিপুষ্টিৰ আৰু জীৱন-যাপনৰ মান উন্নীত কৰিবলৈ আৰু লোক স্বাস্থ্যৰ উন্নতি
  কৰিবলৈ ৰাষ্ট্ৰৰ কৰ্তব্য। ১৭
৪৮। কৃষি আৰু পশু পালন সংগঠন। ১৭
৪৮ক। পাৰিপাশ্বিক অৱস্থাৰ সংৰক্ষণ আৰু উন্নয়ন তথা বন আৰু বন্যজীৱৰ ৰক্ষণ। ১৭
৪৯। ৰাষ্ট্ৰীয় গুৰুত্ব সম্পন্ন স্মাৰক আৰু স্থান আৰু বস্তুসমূহৰ সংৰক্ষণ। ১৭
৫০। কাৰ্য্যপালিকাৰ পৰা ন্যায়পালিকাক পৃথক কৰণ। ১৭
৫১। আন্তঃ ৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ উৎকৰ্ষ সাধন। ১৭

চতুৰ্থ ‘ক’ ভাগ

মৌলিক কৰ্ত্তব্যসমূহ


৫১ক। মৌলিক কৰ্ত্তব্যসমূহ ১৮

পঞ্চম ভাগ

সংঘ

প্ৰথম অধ্যায়—কাৰ্য্যপালিকা

ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি


৫২। ভাৰতৰ ৰাষ্ট্ৰপতি। ১৯