পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান পঞ্চম ভাগ - সংঘ - অনুচ্ছেদ ১০২-১০৫ (গ) যদি তেওঁ অনুন্মুক্ত দেউলীয়া হয়; (ঘ) যদি তেওঁ ভাৰতৰ নাগৰিক নহয়, বা কোনো বিদেশী ৰাজ্যৰ নাগৰিকতা স্বেচ্ছাই অৰ্জন কৰিছে বা কোনো বিদেশী ৰাজ্যৰ প্ৰতি নিষ্ঠা বা অনু ষক্তিৰ অভিস্বীকাৰৰ অধীনত আছে; (ঙ) যদি তেওঁক সংসদে প্ৰণয়ন কৰা কোনো বিধিৰ দ্বাৰা বা অধীনত তেনেদৰে অনহ কৰি দিয়া হৈছে। [ স্পষ্টীকৰণ—এই খণ্ডৰ প্ৰয়োজনৰ বাবে ] কোনো ব্যক্তিক সংঘৰ বা কোনো ৰাজ্যৰ মন্ত্ৰী হল বুলিয়েই ভাৰত চৰকাৰৰ অথবা কোনো ৰাজ্য চৰকাৰৰ অধীনত লাভৰ পদ ধাৰণ কৰা বুলি গণ্য কৰা নহব। (২) কোনো ব্যক্তি সংসদৰ যিকোনোটো সদনৰ সদস্য হবলৈ অনী হব যদিহে তেওঁ দশম অনুসূচীৰ অধীনত এনেদৰে অৰ্হ হয়। ১০৩। (১) যদি সংসদৰ কোনোটো সদনৰ কোনো সদস্য অনুচ্ছেদ ১০২ৰ খণ্ড -(১১ সদস্যসকলৰ উল্লিখিত অনৰ্হতাৰ কোনোটোৰ অধীনস্থ হোবা বা নোহোৰা সম্পৰ্কে কোনো প্ৰশ্ন উঠে অনতা বিষয়ক তেনেহলে সেই প্ৰশ্ন ৰাষ্ট্ৰপতিৰ বিনিশ্চয়ৰ কাৰণে পঠোৱা হব আৰু ৰাষ্ট্ৰপতিৰ বিনিশ্চয়ই চূড়ান্ত প্ৰশ্নৰ ওপৰত হব। (২) এনে কোনো প্ৰশ্নৰ ওপৰত বিনিশ্চয় দিয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন আয়োগৰ বিনিশ্চয়। মতামত লব আৰু এনে মতামত অনুসাৰে কাৰ্য্য কৰিব।] ১০৪া যদি কোনো ব্যক্তিয়ে অনুচ্ছেদ ৯৯ৰ প্ৰয়োজনীয়তা সমূহ পূৰ্ণ কৰাৰ পূৰ্বে অনুচ্ছেদ ৯৯ সংসদৰ, যিকোনোটো সদনৰ সদস্যৰূপে বহে বা ভোট দিয়ে অথবা, যেতিয়া তেওঁ সংসদৰ অধীনত শপত যিকোনোটো সদনৰ সদস্যৰ বাবে অহ নহয় বা অন হয় বুলি জানিও, অথবা সংসদৰ দ্বাৰা লোৱাৰ বা প্ৰতিজ্ঞান প্ৰস্তুত কোনো বিধিৰ উপবন্ধৰ দ্বাৰা তেওঁক তেনেকৈ বহিবলৈ ৰা ভোট দিবলৈ প্ৰতিষেধ কৰা হোৱা বুলি জানিও তেনে কৰে, তেনেহলে তেওঁ তেনেকৈ বহা বা ভোট দিয়া প্ৰত্যেক দিনৰ কৰাৰ পূৰ্বে কিম্বা অৰ্থ বাবে পাঁচশ টকাৰ দৰে দণ্ডনীয় হব আৰ সেই টকা সংঘ দিবলগীয়া ঋণ হিচাপে উঠলযোগ্য নোহোৱাকৈ বা অনৰ্থ হব। হৈ সদস্যব স্থানত বহা আৰু ভোট সংসদৰ আৰু তাৰ সদসাসকলৰ ক্ষমতা, বিশেষাধিকাৰ আৰু উক্তি সমূহ দিয়াৰ কাৰণে দণ্ড। ১০৫ (১) এই সংবিধানৰ উপদ্বন্ধাবলী, আৰ সংসদৰ প্ৰক্ৰিয়া বিনিয়মিত কৰা নিয়মাবলী আৰু সংসদৰ সদন স্থায়ী আদেশবোৰৰ সাপেক্ষে সংসদত বাক স্বতন্ত্ৰতা থাকিব। দুখন আৰু তাৰ (২) সংসদত বা তাৰ কোনো সমিতিত কোবা কোনো কথা বা দিয়া কোনো ভোট সদস্যসকলৰ সম্বন্ধত সংসদৰ কোনো সদস্যৰ বিৰুদ্ধে কোনো ন্যায়ালয়ত কোনো কাৰ্য্যবাহী নচলিব আৰু আৰু সমিতি সংসদৰ যিকোনোটো সদনৰ প্ৰাধিকাৰৰ দ্বাৰা বা অধীনত কোনো প্ৰতিবেদন, পত্ৰ, ভোট বা বিলাকৰ ক্ষমতা, কাৰ্যবাহীৰ প্ৰকাশনৰ সম্বন্ধতা কোনো ব্যক্তি তেনে ধৰণে দায়ী নহব। বিশেষাধিকাৰ ইত্যাদি। (৩) অন্যান্য বিষয়ত সংসদৰ প্ৰত্যেক সদনৰ আৰু প্ৰত্যেক সদনৰ সদস্য সকলৰ, আৰু ইয়াৰ সমিতিবোৰৰ ক্ষমতা, বিশেষাধিকাৰ আৰু উন্মুক্তিবোৰ সংসদে বিধিৰ দ্বাৰা সময়ে সময়ে পৰিভাষিত কৰি দিয়া অনুসাৰে হব; আৰু তেনে প্ৰকাৰে পৰিভাষিত নোহহাবা পৰ্যন্ত সংবিধান চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ১৫ বলবৎ হোবাৰ অব্যবহিত পূৰ্বে সেই সদনৰ আৰু তাৰ সদস্য সকলৰ তথা সমিতিবোৰৰ যিবিলাক ক্ষমতা, বিশেষাধিকাৰ আৰু উন্মুক্তি থাকে সেই বিলাকেই হব।] ১৷ সংবিধান ( দ্বিপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৫ৰ ধাৰা ৩ৰ দ্বাৰা (১-৩-১৯৮৫ৰ পৰা প্ৰভাবী হোৱাকৈ) * (২) এই অনুচ্ছেদৰ প্ৰয়োজনৰ বাবে” এই বন্ধনী, সংখ্যা আৰ শৰদৰ স্থানত প্ৰতিষ্ঠাপিত। ২ সংবিধান দ্বিপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৫ৰ ধাৰা ৩ৰ দ্বাৰা (১-৩-১৯৮৫ৰ পৰা প্ৰভাবী হোবাকৈ) অন্তঃস্থাপিত। . ৩। এই অনুচ্ছেদ সংবিধান (দ্বাচত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ আৰু সংবিধান (চতুঃচত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ১৫ৰ দ্বাৰা সংশোধিত হৈ বৰ্তমান ৰূপত আছে (২০-৬-৭৯ তাংৰ পৰা) ৪। সংবিধান (চতুঃচত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ১৫ৰ দ্বাৰা প্ৰতিষ্ঠাপিত (২০-৬-৭৯ তাংৰ পৰা)