পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[খ]

অনুচ্ছেদ পৃষ্ঠা

সমতাৰ অধিকাৰ


১৪। বিধিৰ আগত সমতা।
১৫। ধৰ্ম্ম, জাতি, বৰ্ণ, লিংগ বা জন্মস্থানৰ হেতুত বিভেদকৰণ নিষেধ।
১৬। চৰকাৰী নিয়োগৰ বিষয়ত সুযোগৰ সমতা।
১৭| অস্পৃশ্যতাৰ বিলোপন।
১৮। খিতাপ বিলোপন।


স্বতন্ত্ৰতাৰ অধিকাৰ


১৯। বাক্ স্বতন্ত্ৰতা আদি বিষয়ক কিছুমান অধিকাৰ সংৰক্ষণ।
২০| অপৰাধৰ বাৰে দোষীসাব্যস্তকৰণৰ সম্পৰ্কত সংৰক্ষণ।
২১। জীৱন আৰু ব্যক্তি স্বাধীনতাৰ সংৰক্ষণ।
২২। কোনো কোনো ক্ষেত্ৰত বন্দীকৰণ আৰু নিৰুদ্ধকৰণৰ পৰা সংৰক্ষণ।


শোষণৰ বিৰুদ্ধে অধিকাৰ


২৩। মানৱ পণন আৰু বলাশ্ৰম কৰোৱাৰ প্ৰতিষেধ।
২৪।  কাৰখানা আদিত ল'ৰা-ছোৱালীৰ নিযুক্তি প্ৰতিষেধ।


ধৰ্ম্ম স্বতন্ত্ৰতাৰ অধিকাৰ


২৫। বিবেকৰ স্বতন্ত্ৰতা আৰু ধৰ্ম্মৰ অবাধ ধাৰণ, আচৰণ আৰু প্ৰচাৰৰ স্বতন্ত্ৰতা। ১০
২৬। ধৰ্ম্মমূলক কামৰ পৰিচালনাৰ স্বতন্ত্ৰতা। ১০
২৭। কোনো বিশেষ ধৰ্মৰ উন্নতিৰ অৰ্থে কৰ শোধধাৱা বিষয়ত স্বতন্ত্ৰতা। ১০
২৮। কিছুমান শিক্ষা প্ৰতিষ্ঠানত ধৰ্ম্ম শিক্ষা বা ধৰ্মীয় উপাসনাত উপস্থিতিৰ বিষয়ত স্বতন্ত্ৰত। ১০


সংস্কৃতি আৰু শিক্ষা সম্বন্ধীয় অধিকাৰ


২৯। সংখ্যালঘূসকলৰ স্বাৰ্থৰ সংৰক্ষণ। ১১
৩০। শিক্ষা প্ৰতিষ্ঠান স্থাপন বা প্ৰশাসন কৰিবলৈ সংখ্যালঘুসকলৰ অধিকাৰ। ১১
৩১। [ নিৰসিত ] ১১


কোনো কোনো বিধিৰ ব্যাবৃত্তি


৩১ক। সম্পদা আদি অৰ্জনৰ নিমিত্তে উপবন্ধকাৰী বিধিসমূহৰ ব্যাবৃত্তি। ১২
৩২খ। কোনো কোনো অধিনিয়ম আৰু বিনিয়মৰ মান্যকৰণ। ১২
৩১গ। কোনো কোনো নিৰ্দেশক সূত্ৰাৱলী কাৰ্য্যাম্বিত কৰা বিধিসমূহৰ ব্যাবৃত্তি। ১৩
৩১ঘ। [ নিৰসিত ] ১২


সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ


৩২। এই ভাগৰ দ্বাৰা প্ৰদত্ত অধিকাৰসমূহ বলবত কৰাৰ কাৰণে প্ৰতিকাৰসমূহ। ১৩
৩২ক। [ নিৰসিত ] ১৪
৩৩। সেনাবাহিনী আদিৰ প্ৰতি প্ৰয়োগৰ ক্ষেত্ৰত এই ভাগৰ দ্বাৰা প্ৰদত্ত অধিকাৰসমূহ
  সাল-সলনি কৰিবলৈ সংসদৰ ক্ষমতা। ১৪
৩৪। যি কোনো অঞ্চলত সামৰিক বিধি বলবত্ হৈ থকা কালত এই ভাগৰ দ্বাৰা
  প্ৰদত্ত অধিকাৰৰ ওপৰত নিবন্ধন। ১৪
৩৫। এই ভাগৰ উবন্ধসমূহক কাৰ্য্যকৰী কৰিবলৈ বিধান। ১৪