পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

“মই অমুকে ২৪ ভাৰতৰ সংবিধান পঞ্চম ভাগ - সংঘ - অনুচ্ছেদ ৬৮-৭২ উপৰাষ্ট্ৰপতি পদৰ বিজ্ঞতা পূৰ্ণ ৬৮। (১) উপ-ৰাষ্ট্ৰপতিৰ পদকাল অবসানৰ হেতুকে হোবা ৰিক্ততা পূৰ্ণ কৰিবলৈ এনে কৰিবলৈ নিৰ্বাচন অবসানৰ পূৰ্বে নিৰ্বাচন সমাপ্ত কৰিব লাগিব। পতাৰ সময় আৰু (২) মৃত্যু, পদত্যাগ বা পদৰ পৰা অপসাৰণ বা আন প্ৰকাৰে হোৱা উপ-ৰাষ্ট্ৰপতি পদৰ আকস্মিক বিক্ত বিক্ততা পূৰ্ণ কৰিবৰ কাৰণে বিক্ত হোৱাৰ পিচত যথাসম্ভব শীঘ্ৰে নিৰ্বাচন পাতিব লাগিব আৰু পূৰ্ণ কবিৰ ৰিক্ততা পূৰ্ণ কৰিবলৈ নিৰ্বাচিত ব্যক্তিজন অনুচ্ছেদ ৬৭ৰ উদ্বন্ধাবলীৰ সাপেক্ষে নিজ পদ কাৰণে নিৰ্বাচিত গ্ৰহণ কৰা তাৰিখৰ পৰা পাচঁ বছৰৰ পূৰ্ণ কালৰ নিমিত্তে পদ ধাৰণ কৰিবলৈ হকদাৰ হব। ব্যক্তিৰ পদাবধি। উপৰাষ্ট্ৰপতিৰ ৬৯। প্ৰত্যেক উপ-ৰাষ্ট্ৰপতিয়ে নিজ পদ গ্ৰহণ কৰাৰ পূৰ্বে বাষ্ট্ৰপতি বা সেই মৰ্মে তেওঁৰ দ্বাৰা নিযুক্ত আন কোনো ব্যক্তিৰ আগত তলত দিয়া প্ৰপত্ৰত শপত লব বা প্ৰতিজ্ঞান কৰিব দ্বাৰা শপত গ্ৰহণ বা প্ৰতিজ্ঞান। আৰু তাত নিজৰ নাম চহী কৰিব অৰ্থাৎ-- ঈশ্বৰৰ নামত শপত লওঁ বিধিৰ দ্বাৰা স্থাপিত নিষ্ঠা সহকাৰে প্ৰতিজ্ঞান কৰো যে, ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত শ্ৰদ্ধা আৰ নিষ্ঠা বহন কৰিম আৰ যি পদ মই গ্ৰহণ কৰিবলৈ ওলাইছো সেই পদৰ কৰ্তব্য শ্ৰদ্ধাৰে নিৰ্ব হন কৰিম”। অন্যান্য আকস্মিকতাত ৭০l এই অধ্যায়ত উপবন্ধিত নোহোবা কোনো আকস্মিকতাত ৰাষ্ট্ৰপতিৰ কৃত্য সমূহ নিৰ্বহনৰ অৰ্থে সংসদে যেনে সমীচীন বিবেচনা কৰে তেনে উপবন্ধ প্ৰস্তুত কৰিব পাৰিব। ৰাষ্ট্ৰপতিৰ কৃত্যসমূহৰ নিহন। ৰাষ্ট্ৰপতিৰ বা ৭১ (১) ৰাষ্ট্ৰপতিৰ বা উপ-বাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা উদ্ভব হোবা কিম্বা তাৰ লগত উপৰাষ্ট্ৰপতিৰ জড়িত থকা সকলো সন্দেহ আৰ বিবাদ উচ্চতম ন্যায়ালয়ে তদন্ত কৰিব আৰ বিনিশ্চিত কৰিব নিৰ্বাচন সম্বন্ধীয় আৰু উচ্চতম ন্যায়ালয়ৰ বিনিশ্চয়েই চূড়ান্ত হ'ব। ৰা জড়িত বিষয়। (২) যদি ৰাষ্ট্ৰপতি বা উপ-ৰাষ্ট্ৰপতি ৰূপে কোনো ব্যক্তি নিৰ্বাচন উচ্চতম ন্যায়ালয়ে বাতিল হেবা বুলি ঘোষণা কৰে তেনেহলে বাষ্ট্ৰপতিৰ বা স্থান বিশেষে উপ-ৰাষ্ট্ৰপতিৰ পদৰ ক্ষমতা আৰু কৰ্তব্যৰ প্ৰয়োগ আৰু পালন কৰোতে উচ্চতম ন্যায়ালয়ৰ বিনিশ্চয়ৰ তাৰিখত বা তাৰ পূৰ্বে তেনে ব্যক্তিয়ে কৰা কাৰ্য্য সমূহ সেই ঘোষণাৰ হেতুকে অবিধিমান্য নহব। (৩) এই সংবিধানৰ উপবন্ধাবলীৰ সাপেক্ষে সংসদে বিধিৰ দ্বাৰা ৰাষ্ট্ৰপতিৰ বা উপ- ৰাষ্ট্ৰপতি নিৰ্বাচন সম্বন্ধীয় বা তাৰ লগত জড়িত যিকোনো বিষয় বিনিয়মিত কৰিব পাৰে। (৪) ৰাষ্ট্ৰপতি বা উপ-ৰাষ্ট্ৰপতি ৰূপে কোনো ব্যক্তিৰ নিৰ্বাচনৰ বিৰুদ্ধে এনে আধাৰৰ ওপৰত আপত্তি কৰিব নোৱাৰিব যে তেওঁক নিৰ্বাচিত কৰা নিৰ্বাচকগণৰ সদস্য সকলৰ ভিতৰত, যিকোনো কাৰণতেই হওক লাগিলে, কোনো ৰিক্ততা বিদ্যমান আছে। কেতবোৰ ৭২ (১) কোনো অপৰাধৰ বাবে দোষী সাব্যস্ত হোবা কোনো ব্যক্তিৰ দণ্ডৰ মা, গোচৰত ক্ষমা প্ৰবিলম্বন, বিৰাম বা হ্ৰাস কৰিবলৈ কিম্বা দণ্ডাদেশ নিলম্বন, হ্ৰাস বা লঘু কৰিবলৈ নিম্নোক্ত আদি প্ৰদান ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ ক্ষমতা থাকিব – কৰিবলৈ আৰু (ক) যিবোৰ ক্ষেত্ৰত দণ্ড বা দণ্ডাদেশ সেনা ন্যায়ালয়ৰ দ্বাৰা দিয়া হয় সেই সকলো দণ্ডাদেশ নিলম্বন, বোৰ ক্ষেত্ৰত; হ্ৰাস বা লঘু (খ) যিবোৰ ক্ষেত্ৰত দণ্ড বা দণ্ডাদেশ এনে বিষয় সম্বন্ধীয় কোনো বিধিৰ বিৰুদ্ধে কৰা কৰিবলৈ অপৰাধৰ কাৰণে দিয়া হয় যি বিষয়ৰ ওপৰত সংঘৰ কাৰ্যপালিকা ক্ষমতা বিস্তৃত থাকে, সেই ৰাষ্ট্ৰপতি সকলোবোৰ ক্ষেত্ৰত; ক্ষমতা। ১ এই অনুচ্ছেদ সংবিধান (উনচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৫ আৰু সংবিধান (চতুঃচত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ দ্বাৰা সংশোধিত হৈ উপৰোক্ত ৰূপত প্ৰতিষ্ঠাপিত হৈছে (২০-৬-৭৯ তাংৰ পৰা)।