পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

ভাৰতৰ সংবিধান

বিষয় সূচী

প্ৰস্তাৱনা
অনুচ্ছেদ

প্ৰথম ভাগ পৃষ্ঠা

সংঘ আৰু ইয়াৰ ৰাজ্যক্ষেত্ৰ

১।   সংঘৰ নাম আৰু ৰাজ্যক্ষেত্ৰ।

২।  নতুন ৰাজ্যৰ অন্তৰ্ভুক্তি বা গঠন।

২ক।  [নিৰসিত]

৩।  নতুন ৰাজ্য গঠন আৰু বিদ্যমান ৰাজ্যৰ নাম, সীমা বা ক্ষেত্ৰৰ সালসলনি।

৪।  

প্ৰথম আৰু চতুৰ্থ অনুসূচীৰ সংশোধন আৰু অনুপূৰক, আনুষঙ্গিক আৰু '
    পাৰিণামিক বিষয়ক উপবন্ধ কৰিবলৈ অনুচ্ছেদ ২ আৰু ৩ৰ অধীনত প্ৰস্তুত
    বিধিসমূহ।

 

দ্বিতীয় ভাগ

নাগৰিকত্ব

 

৫।  এই সংবিধান প্ৰাৰম্ভণিৰ সময়ত নাগৰিকত্ব

৬।  পাকিস্থানৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰা কিছুমান লোকৰ নাগৰিকত্ব অধিকাৰ।

৭।  পাকিস্থানলৈ প্ৰব্ৰজন কৰা কিছুমান লোকৰ নাগৰিকত্ব অধিকাৰ।

৮।  ভাৰতত জন্ম হোৱা কিন্তু ভাৰতৰ বাহিৰত থকা কিছুমানলোকৰ নাগৰিকত্বৰ
   অধিকাৰ।

৯।  স্বেচ্ছাই বিদেশী ৰাজ্যৰ নাগৰিকত্ব অৰ্জন কৰা ব্যক্তিসকল নাগৰিক নহ′ব।

১০।  নাগৰিকত্ব অধিকাৰৰ অবিচ্ছিন্নতা।

১১।  সংসদে বিধিৰ দ্বাৰা নাগৰিকত্ব অধিকাৰ বিনিয়মন কৰিব।

 

তৃতীয় ভাগ

মৌলিক অধিকাৰসমূহ

সাধাৰণ

১২।  পৰিভাষা।

১৩।  মৌলিক অধিকাৰসমূহৰ লগত অসংগত বা অল্পীকাৰক বিধি।