পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ২১ পঞ্চম ভাগ - সংঘ – অনুচ্ছেদ ৫৮-৬১

স্পষ্টীকৰণ • এই অনুচ্ছেদৰ প্ৰয়োজনৰ বাবে কোনো ব্যক্তি কেবল সংঘৰ ৰাষ্ট্ৰপতি বা উপৰাষ্ট্ৰপতি কিম্বা কোনো ৰাজ্যৰ ৰাজ্যপাল [ * * *] অথবা সংঘব বা কোনো ৰাজ্যৰ মন্ত্ৰী হোবাৰ হেতুকেই তেওঁ কোনো লাভৰ পদ ধাৰণ কৰিছে বুলি গণ্য কৰা নহব। ৫৯ (১) ৰাষ্ট্ৰপতি সংসদৰ কোনোটো সদনৰ কিম্বা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ ৰাষ্ট্ৰপতিৰ পদৰ কোনোটো সদনৰ সদস্য হব নোবাৰিব আৰু সংসদৰ কোনোটো সদনৰ কিম্বা কোনো ৰাজ্য চৰ্ত্তসমূহ। বিধান মণ্ডলৰ কোনোটো সদনৰ সদস্য যদি ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়, তেন্তে যি তাৰিখত তেওঁ ৰাষ্ট্ৰপতি ৰূপে নিজ পদ গ্ৰহণ কৰে সেই তাৰিখৰ পৰা সেই সদনত তেওঁৰ আসন বিক্ত কৰি দিছে বুলি গণ্য কৰা হব। (২) ৰাষ্ট্ৰপতিয়ে আন কোনো লাভৰ পদ ধাৰণ নকৰিব। (৩) বাষ্ট্ৰপতি ভাৰা নিদিয়াকৈ তেওঁৰ পদাবাস সমূহ ব্যবহাৰ কৰাৰ হকদাৰ হব আৰু সংসদে বিধিৰ দ্বাৰা যথা নিৰ্ধাৰিত কৰা উপলব্ধি, ভাত্তা আৰ বিশেষাধিকাৰ পাৰৰো হকদাৰ হৰ আৰ সেই নিমিত্তে তেনেদৰে উপবন্ধ প্ৰস্তুত নকৰা পৰ্যন্ত দ্বিতীয় অনুসূচীত যথা বিনিৰ্দিষ্ট উপলব্ধি, ভাত্তা আৰ বিশেষাধিকাৰৰ হকদাৰ হব। (৪) ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ ভিতৰত তেওঁৰ উপলব্ধি আৰু ভাতা হ্ৰাস নহব। ৬০! প্ৰত্যেক ৰাষ্ট্ৰপতিয়ে আৰু ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যকাৰী কিম্বা ৰাষ্ট্ৰপতিৰ কৃত্য ৰাষ্ট্ৰপতিৰ দ্বাৰা নিৰ্বহনকাৰী প্ৰত্যেক ব্যক্তিয়ে নিজ পদাৰৰহণ কৰাৰ পূৰ্বে ভাৰতৰ মুখ্য ন্যায়াধিপতিব, অথবা শপত গ্ৰহণ বা তেওঁৰ অনুপস্থিতিত উচ্চতম ন্যায়ালয়ৰ তৎসময়ত থকা জ্যেষ্ঠতম ন্যায়াধীশ জনৰ উপস্থিতিত প্ৰতিজ্ঞান। তলত দিয়া প্ৰপত্ৰত শপত লব বা প্ৰতিজ্ঞান কৰিব আৰু তাত নিজৰ নাম চহী কৰিব, অৰ্থাৎ ঈশ্বৰৰ নামত শপত লওঁ “মইঅমুকে- নিষ্ঠা সহকাৰে প্ৰতিজ্ঞান কৰো যে মই শ্ৰদ্ধাপূৰ্বক ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ কাৰ্য্য পালন বা ৰাষ্ট্ৰপতিৰ কৃত্য নিৰ্বহন কৰিম আৰ মোৰ পূৰ্ণ সামথ্যৰে সংবিধান আৰু বিধিৰ পৰিবক্ষণ, সংৰক্ষণ আৰু প্ৰতিৰক্ষণ কৰিম আৰ ভাৰতৰ লোকসাধাৰণৰ সেবা আৰু কল্যাণৰ অৰ্থে আত্মনিয়োগ কৰিম।” ৰাষ্ট্ৰপতি ৬১ (১) সংবিধান অতিক্ৰমণ কৰাৰ কাৰণে যেতিয়া ৰাষ্ট্ৰপতিৰ ওপৰত মহাভিযোগ কৰিবলগীয়া হয়, তেতিয়া সংসদৰ যিকোনোটো সদনত সেই অভিযোগ কৰিব পাৰিব। ওপৰত মহাভিযোেগ (২) যদিহে অনাৰ প্ৰক্ৰিয়া। (ক) সদনৰ মুঠ সদস্য সংখ্যাৰ অন্ন এক-চতুৰ্থাংশই চহী কৰি অন্ততঃ চৈধ্য দিনৰ পূৰ্বে সংকল্প উপস্থাপন কৰাৰ অভিপ্ৰায় জনাই দিয়া লিখিত সূচনাৰ পিচত উপস্থাপিত কোনো সংকল্পত এনে দোষাৰোপ কৰাৰ প্ৰস্তাৱ সন্নিবিষ্ট নাথাকে, আৰু (খ) সদনৰ সদস্য সংখ্যাৰ অন্যূন দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ দ্বাৰা তেনে সংকল্প পাৰিত নহয়, তেনেহলে এনে কোনো দোষাৰোপণ কৰিব নোৱাৰিব। ১৮ সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ব ২৯ ধাৰা আৰু অনুসুচীৰ দ্বাৰা “বা বাজপ্ৰমুখ বা উপ-ৰাজপ্ৰমুখ” শবদ সমূহ লোপ কৰা হৈছে।