পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ১৭ চতুৰ্থ ভাগ --ৰাজ্যৰ নীতিৰ নিৰ্দেশক সূত্ৰসমূহ অনুচ্ছেদ ৪৭-৫১ ৪৭) ৰাজ্যই ইয়াৰ লোকসাধাৰণৰ পৰিপুষ্টি আৰু জীবন-যাপনৰ মান উন্নীত কৰা পৰিপুষ্টিৰ আৰু আৰ জন-স্বাস্থ্যৰ উন্নতি কৰা প্ৰাথমিক কৰ্তব্যৰ অন্তৰ্ভুক্ত বুলি মান্য কৰিব আৰ জীৱনযাপনৰ মান বিশেষকৈ ঔষধিক প্ৰয়োজনৰ বাহিৰে ৰাগীয়াল পানীয় আৰ স্বাস্থ্য হানিকৰ ভেষজৰ উন্নীত কৰিবলৈ আৰু ব্যবহাৰ প্ৰতিষেধ কৰিবলৈ প্ৰয়াস কৰিব। লোক স্বাস্থ্যৰ উন্নতি কৰিবলৈ ৰাষ্ট্ৰৰ কৰ্ত্তব্য। ৪৮ বাজ্যই আধুনিক আৰু বিজ্ঞানসম্মত প্ৰণালীৰে কৃষি আৰু পশু পালন সংগঠিত কৃষি আৰু পশু কৰিবলৈ প্ৰয়াস কৰিব; বিশেষকৈ গাই আৰু পোবালী আৰু অন্যান্য ক্ষীৰতী আৰু পালন সংগঠন। ভাৰটনা গৰু-ম'হ আদিৰ বধ প্ৰতিষেধ কৰিবলৈ আৰু বংশ পৰিৰক্ষণ আৰু উন্নত কৰিবলৈ ব্যবস্থা গ্ৰহণ কৰিব। ৪৮কা বাজাই পাৰিপাৰ্শ্বিক অবস্থাৰ সংৰক্ষণ আৰু উন্নয়ন কৰিবলৈ তথা দেশৰ পাৰিপাৰ্শ্বিক অবস্থাৰ বন-সম্পদ আৰ বন্যজীবক ব্ৰক্ষা কৰিবলৈ প্ৰয়াস কৰিব। সংৰক্ষণ আৰু উন্নয়ন। তথা ৰূন আৰু বন্য জীৱৰ ৰক্ষণ। ৪৯। সংসদৰ দ্বাৰা প্ৰণীত বিধিৰ দ্বাৰা বা অধীনত] ৰাষ্ট্ৰীয় গুৰুত্ব সম্পন্ন বুলি ৰাষ্ট্ৰীয় গুৰুত্ব ঘোষিত] কলাত্মক বা ঐতিহাসিক কাৰণত চিত্তাকৰ্ষক প্ৰত্যেক স্মাৰক বা স্থান বা বস্তু সম্পন্ন স্মাৰক যস্থিতি লুণ্ঠন, বিৰূপকৰণ, বিনাশ, অপসাৰণ, ব্যয়ন অথবা বানিব পৰা ৰক্ষা কৰাটো আৰু স্থান আৰু বাজাৰ বাবে বাধ্যতামূলক হ'ব। বস্তুসমূহৰ সংৰক্ষণ। ৫০। ৰাজ্যৰ লোক সেবা সমূহত কাৰ্যপালিকাৰ পৰা ন্যায়পালিকাক পৃথক কৰিবলৈ কাৰ্যপালিকাৰ ৰাজ্যই ব্যবস্থা গ্ৰহণ কৰিব। ন্যায়পালিকাক পৃথক কৰণ। ৫১৷ ৰাজ্যই আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু (ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বৃদ্ধি কৰিবলৈ; নিৰাপত্তাৰ (খ) ৰাষ্ট্ৰবৰ্গৰ মাজত ন্যায্য আৰু সন্মানজনক সম্বন্ধ ৰক্ষা কৰিবলৈ (গ) সংগঠিত লোকপুঞ্জৰ মাজত পাৰস্পৰিক ব্যবহাৰত আন্তঃৰাষ্ট্ৰীয় বিধি উৎকৰ্ষ সাধন। আৰ সন্ধিজনিত দায়িত্ববোৰৰ প্ৰতি শ্ৰদ্ধা বঢ়াবলৈ; আৰু ' (ঘ) মধ্যস্থতাৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তি কৰাত উৎসাহ দিবলৈ প্ৰয়াস কৰিব।

১ সংবিধান (দ্বাচৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ অন্তঃস্থাপিত(৩-১-৭৭ তাংৰ পৰা। ধাৰা ১০ৰ দ্বাৰা ২ সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ২৭ ধাৰাৰ দ্বাৰা “সংসদে বিধিৰ দ্বাৰা ঘোষিত"ৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত।