পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান চতুৰ্থ ভাগ -ৰাজ্যৰ নীতিৰ নিৰ্দেশক সূত্ৰসমূহ -অনুচ্ছেদ ৩৯ক-৪৭ সমান ন্যায় আৰু বিনামূলীয়া গতকা ৰাজ্যই এইটো সুনিশ্চিত কৰিব যাতে বিধি-ব্যবস্থা প্ৰবৰ্তনে সমান সুযোগৰ ভিত্তিত ন্যায় উপলব্ধ কৰাই আৰু বিশেষকৈ যাতে আৰ্থিক বা আনকোনো নিৰ্যোগ্যতাৰ কাৰণত কোনো নাগৰিক ন্যায় লাভ কৰাৰ সুযোগৰ পৰা বঞ্চিত নহয় তাক সুনিশ্চিত কৰিবলৈ উপযুক্ত বিধান বা আঁচনিৰ দ্বাৰা ৰা আন কোনো প্ৰকাৰে বিনামূলীয়া বিধিক সাহাযাৰ ব্যবস্থা কৰে।] বিধিক সাহায্য। ! i বাবে জীৱন আদি। গাঁও পঞ্চায়ত ৪ol ৰাজ্যই গাওঁ পঞ্চায়ত সংগঠন কৰিবলৈ দিহা কৰিব আৰু সেইবোবক স্বায়ত্ত সংগঠন। শাসনৰ গোট হিচাপে কাম কৰাৰ যোগ্য কৰিবলৈ যেনে ক্ষমতা আৰু প্ৰাধিকাৰৰ প্ৰয়োজন তাক প্ৰদান কৰিব। কেতবোৰ অৱস্থাত ৪১ ৰাজ্যই নিজৰ আৰ্থিক সামৰ্থ্য আৰ বিকাশৰ পৰিসীমাৰ ভিতৰত কাম কৰিবৰ কাম কৰা, শিক্ষা লাভ অধিকাৰ, শিক্ষা পাবৰ অধিকাৰ আৰ নিবনুবা, বুঢ়াকাল, বুগ্নতা, অঙ্গ বিকলতা আৰু অনুচিত কৰা আৰু ৰাষ্ট্ৰীয় অভাবৰ অবস্থাত ৰাষ্ট্ৰীয় সহায়তাৰ অধিকাৰ প্ৰাপ্ত কৰিবলৈ কাৰ্য্যকৰী উপবন্ধ কৰিব। সহায়তা পোৱাৰ অধিকাৰ। কামৰ ন্যায্য আৰু ৪২ কামৰ ন্যায্য আৰু মানববাচিত অবস্থা সুনিশ্চিত কৰিবলৈ আৰ প্ৰসূতি মংগলৰ মানবোচিত অৱস্থা কাৰণে ৰাজ্যই উপবন্ধ প্ৰস্তুত কৰিব। সুনিশ্চিত কৰিবলৈ প্ৰসূতি মঙ্গলৰ কাৰণে উপবন্ধ। বনুৱাসকলৰ ৪৩৷ ৰাজ্যই উপযুক্ত বিধান বা আৰ্থিক সংগঠনৰ দ্বাৰা অথবা আন কোনো প্ৰকাৰে কৃষিত কাম কৰা, উদ্যোগত কাম কৰা বা আন প্ৰকাৰৰ সকলো বনু বাৰ বাবে কাম, জীবন- নিৰ্বাহ মজুৰি, উপযোগী জীবন-যাপনৰ মান আৰু অবকাশৰ সম্পূৰ্ণ উপভোগ সুনিশ্চিত নিৰ্বাহ মজুৰি কৰি কামৰ চৰ্ত্ত সমূহ তথা সামাজিক আৰু সাংস্কৃতিক সুযোগ সমূহ প্ৰাপ্ত কৰিবলৈ প্ৰয়াস কৰিব আৰু বিশেষকৈ, গ্ৰাম্য অঞ্চলত ব্যক্তিগত অথবা সমবায় ভিত্তিত কুটীৰ উদ্যোগ উন্নয়নৰ বাবে ৰাজ্যই প্ৰয়াস কৰিব। উদ্যোগৰ ৪৩কা ৰাজ্যই উপযুক্ত বিধানৰ দ্বাৰা বা আন কোনো প্ৰকাৰে, কোনো উদ্যোগৰ পৰিচালনাত কামত নিয়োজিত কোনো উপক্ৰম, স্থাপনা বা অন্য সংগঠনৰ পৰিচালনাত কৰ্মীসকলৰ কৰ্মীসকলৰ অংশ অংশ গ্ৰহণ সুনিশ্চিত কৰিবলৈ ব্যবস্থা কৰিব।] গ্ৰহণ। ৪৪া ভাৰতৰ ৰাজ্যক্ষেত্ৰত নাগৰিক সকলৰ কাৰণে যাতে একে ধৰণৰ চিভিল সংহিতা নাগৰিকসকলৰ এখন হয় তাৰ বাবে ৰাজ্যই প্ৰয়াস কৰিব। কাৰণে একে ধৰণৰ চিভিল সংহিতা। ৪৫ এই সংবিধানৰ প্ৰাৰম্ভণিৰ দহ বছৰৰ ভিতৰত সকলোবোৰ ল'ৰা-ছোবালীৰ কাৰণে ল'ৰা ছোৱালীৰ তেওঁলোকৰ বয়স চৈধ্য বছৰ পূৰ্ণ নোহোৱা পৰ্যন্ত, বিনা মাচুলে আৰ বাধ্যতামূলক ভাবে শিক্ষা দানৰ দিহা কৰিবলৈ ৰাজ্যই প্ৰয়াস কৰিব। কাৰণে বিনা মাচুলে আৰু বাধ্যতামূলক শিক্ষা দানৰ উপবন্ধ। অনুসূচিত জাতি, ৪৬৷ ৰাজ্যই বিশেষ মনোযোগৰে দুৰ্বল শ্ৰেণীৰ লোক সকলৰ বিশেষকৈ অনুসূচিত জনজাতি অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সমূহৰ শিক্ষামূলক আৰু আৰ্থিক সম্বন্ধীয় আৰু অন্যান্য দুৰ্বল সংৰক্ষিত কৰিব। উন্নয়ন সাধিব আৰু তেওঁলোকক সামাজিক অন্যায় আৰু সকলো ধৰণৰ শোষণৰ পৰা শ্ৰেণীৰ লোকসকলৰ শিক্ষামূলক আৰু আৰ্থিক সম্বন্ধীয় স্বাৰ্থৰ উন্নয়ন। ১ সংবিধান দ্বিাচৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাৰা ৮ৰ দ্বাৰা অন্তঃস্থাপিত ৩- ১-৭৭ তাৰ পৰা। ২ সংবিধান (দ্বাচত্বৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাৰা ৯ৰ দ্বাৰা অন্তঃস্থাপিত (৩- ৭৭ তাংৰ পৰা।