পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ ভাগ ৰাজ্যৰ নীতিৰ নিৰ্দেশক সূত্ৰসমূহ ৩৬ প্ৰসংগ ক্ৰমে আন অৰ্থ অপেক্ষিত নহলে এই ভাগত ৰাজ্য” শৰদৰ অৰ্থ তৃতীয় পৰিভাষা। ভাগত থকা উক্ত শৰদৰ অৰ্থৰে সৈতে একে হ'ব। - ৩৭৷ এই ভাগত থকা উপবন্ধ সমূহ কোনো ন্যায়ালয়ৰ দ্বাৰা বলবৎ কৰিব পৰা নহব কিন্তু এই ভাগত থকা তথাপি তাত দিয়া সূত্ৰবোৰ দেশ শাসনৰ বাবে মুল কথা হ'ব আৰু বিধি প্ৰস্তুত কৰোতে সূত্ৰসমূহৰ সূত্ৰবোৰ প্ৰয়োগ কৰাটো ৰাজ্যৰ কৰ্তব্য হ'ব। প্ৰয়োগ। ৩৮। [১১] ৰাষ্ট্ৰীয় জীবনৰ সকলোবোৰ সংস্থাকে অনুপ্ৰাণিত কৰা সামাজিক, আৰ্থিক আৰু লোককল্যাণৰ বাজনৈতিক ন্যায় থকা সমাজ ব্যবস্থা এটা যথা সম্ভব ফলদায়কভাবে স্থাপন আৰু সংৰক্ষণ কৰি উন্নতিৰ অৰ্থে লোক-কল্যাণৰ উন্নতিৰ অৰ্থে ৰাজ্যই প্ৰয়াস কৰিব। ৰাজ্যৰ দ্বাৰা সামাজিক (২) ৰাজ্যই বিশেষকৈ আয়ৰ অসমতা কম কৰিবলৈ প্ৰয়াস কৰিব, আৰ অকল ব্যক্তি সকলৰ মাজতেই নহয় বৰং বেলেগ বেলেগ ক্ষেত্ৰত বাস কৰা আৰ বেলেগ বেলেগ ব্যবসায় ব্যৱস্থাৰ প্ৰবৰ্ত্তন। কৰা ব্যক্তিসকলৰ সমষ্টি সমূহৰ মাজতো প্ৰতিষ্ঠা, সা-সুবিধা তথা সুযোগৰ অসমতা নাইকিয়া কৰিবলৈ যত্ন কৰিব।] ৩৯৷ ৰাজ্যই নিজৰ নীতি বিশেষকৈ এনেভাবে নিৰ্দেশিত কৰিব যাৰ দ্বাৰা ৰাজ্যৰ দ্বাৰা অনুসৰণীয় (ক) জীবিকাৰ পৰ্য্যাপ্ত উপায় লাভৰ কাৰণে মুনিহ আৰু তিৰোতা সমানে সকলো কিছুমান নীতি নাগৰিকৰে অধিকাৰ থাকিব; সূত্ৰ। . (খ) লোক সমাজৰ বস্তু সম্পদৰ স্বামিত্ব আৰু নিয়ন্ত্ৰণ যাতে এনেভাবে বন্টিত হয় যাৰ দ্বাৰা সৰ্বোত্তম বৃপে সামূহিক হিত সাধিত হয়। (গ) আৰ্থিক ব্যবস্থাৰ পৰিচালনাৰ পৰিণামত যাতে ধন-সম্পত্তি আৰু উৎপাদনৰ উপায় সৰ্ব-সাধাৰণৰ অহিতে কেন্দ্ৰীভূত নহয়; (ঘ) মুনিহ আৰু তিৰোতা উভয়ৰ বাবেই সমান কামৰ বাবে যাতে সমান দৰ্মহা হয়; (৪) মুনিহ-তিৰোতা সকলো শ্ৰমিকৰ স্বাস্থ্য আৰু শক্তি আৰু ল'ৰা-ছোৱালীৰ কুমলীয়া বয়সৰ যাতে অপব্যবহাৰ নহয় আৰু কোনো নাগৰিকে আৰ্থিক আবশ্যকতাৰ কাৰণে যাতে তেওঁলোকৰ বয়স বা শক্তিৰ অনুপযোগী ৰোজগাৰৰ পথ অবলম্বন কৰিবলৈ বাধ্য নহয়। খ(চ) শিশুসকলক সুস্থ ধৰণৰে আৰু স্বতন্ত্ৰ তথা মৰ্যাদাপূৰ্ণ পৰিবেশত বিকাশ লাভৰ বাৰে সুযোগ-সুবিধা দিয়া হয় আৰু যাতে শিশু তথা যুবক সকলক শশাষণৰ পৰা আৰু নৈতিক তথা আৰ্থিক অবহেলাৰ পৰা ৰক্ষা কৰা হয়।] ১। সংবিধান (চতুঃচত্বাবিংশ সংশোধন) অধিনিয়ম; ১৯৭৮ৰ ধাৰা ৯ৰ দ্বাৰা মূল অনুচ্ছেদ ৩৮ক তাৰ খণ্ড(১) কৰা হৈছে (২৬-৬-৭৯ তাংৰ পৰা)। ২। উক্ত অধিনিয়মৰ উক্ত ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত কৰা হৈছে ২০-৬-৭৯ তাংৰ পৰা)। ৩৷ সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাৰা বৰ দ্বাৰা প্ৰতিষ্ঠাপিত (৩-১-৭৭ তাৰ পৰা।