পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ ভাৰতৰ সংবিধান তৃতীয় ভাগ — মৌলিক অধিকাৰ — অনুচ্ছেদ ৩২-৩৫ (৩) উচ্চতম ন্যায়ালয়ৰ ওপৰত খণ্ড (১) আৰু (২ৰ দ্বাৰা প্ৰদত্ত ক্ষমতা সমূহৰ ওপৰত প্ৰতিকূল প্ৰভাব নপৰাকৈ সংসদে বিধিৰ দ্বাৰা আন যিকোনো ন্যায়ালয়কে ইয়াৰ ক্ষেত্ৰাধিকাৰৰ স্থানীয় সীমাৰ ভিতৰত খণ্ড (২)ৰ অধীনত উচ্চতম ন্যায়ালয়ে প্ৰয়োগ কৰিব পৰা সকলো ক্ষমতা বা তাৰ যিকোনোটো প্ৰয়োগ কৰিবলৈ ক্ষমতা দিব পাৰে। (৪) এই সংবিধানৰ দ্বাৰা অন্যথা উপবন্ধিত ব্যতিৰেকে এই অনুচ্ছেদৰ দ্বাৰা সুনিশ্চিত অধিকাৰ নিলম্বিত হব নোবাৰিব। 1 ৩২ক। [ অনুচ্ছেদ ৩২ৰ ডাধীনত হোৱা কাৰ্যবাহীত ৰাজ্যিক বিধিৰ সাংবিধানিক বৈধতা বিবেচনা নকৰিব, সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ দ্বাৰা অন্তঃস্থাপিত, আৰু সংবিধান ত্ৰিচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৭ৰ ধাৰা ৩ৰ দ্বাৰা লোপ কৰা হয় (১৩-৪- ৭৮ তাংৰ পৰাট। সেনা বাহিনী [৩৩৷ এই ভাগৰ দ্বাৰা প্ৰদত্ত অধিকাৰ সমূহৰ যিকোনোটো -- আদিৰ প্ৰতি (ক) সশস্ত্ৰ বাহিনী সমূহৰ সদস্য সকলৰ প্ৰতি; বা (খ) জন-শৃঙ্খলা ৰক্ষাৰ দায়িত্বভাৰত থকা বাহিনীৰ সদস্য সকলৰ প্ৰতি; বা প্ৰয়োগৰ ক্ষেত্ৰত (গ) গুপ্তচৰৰ বা প্ৰতি গুপ্তচৰৰ প্ৰয়োজনৰ বাবে ৰাজ্যই প্ৰতিষ্ঠা কৰা কোনো এই ভাগৰ দ্বাৰা বিউবো বা আন সংগঠনত নিযুক্ত ব্যক্তি সকলৰ প্ৰতি; প্ৰদত্ত (ঘ) খণ্ড (ক)ৰ পৰা (গ) লৈকে, এই খণ্ড সমূহত নিৰ্দেশিত কোনো বাহিনী, অধিকাৰসমূহ বিউৰো বা সংগঠনৰ প্ৰয়োজনৰ বাবে প্ৰতিষ্ঠা কৰা টেলিসংযোগ ব্যবস্থাত বা তাৰ সম্বন্ধত সাল সলনি নিয়োজিত ব্যক্তি সকলৰ প্ৰতি, কৰিবলৈ সংসদৰ প্ৰয়োগ কৰোতে তেওঁলোকৰ মাজত অনুশাসন বজাই ৰাখিবলৈ আৰু তেওঁলোকৰ কাৰ্য্যৰ ক্ষমতা। উচিত নিৰ্বহন সুনিশ্চিত কৰিবলৈ কি পৰ্যন্ত সংকুচিত বা নিকৃত কৰিব সেইটো সংসদে বিধিৰ দ্বাৰা বিনিশ্চিত কৰিব পাৰে। যিকোনো অঞ্চলত ৩৪৷ এই ভাগৰ পূৰ্ববৰ্তী উপবন্ধ সমূহত যিকোনো কথা থকা সত্বেও সংসদে বিধিৰ সামৰিক বিধি বলবত্ দ্বাৰা সংঘৰ বা আন কোনো এখন ৰাজ্যৰ সেবাত থকা কোনো ব্যক্তিক বা আন যিকোনো হৈ থকা কালত এই ব্যক্তিক সামৰিক বিধি বলবৎ হৈ থকা ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰবা কোনো অঞ্চলত শৃঙ্খলা ভাগৰ দ্বাৰা প্ৰদত্ত্ব অনুৰক্ষণ বা পুনঃস্থাপনৰ সম্বন্ধত তেওঁ কৰা কোনো কাৰ্য্যৰ বাবে ক্ষতিপূৰ্ত্তি দিব পাৰিব অধিকাৰৰ ওপৰত কিম্বা এনে ক্ষেত্ৰত সামৰিক বিধিৰ অধীনত দিয়াহহাবা দণ্ডাদেশ, বিহিত শাস্তি আৰ আদেশ দিয়া হোৱা বাজেয়াপ্ত বা আন কোনো কাৰ্য্য বিধিমান্য কৰিব পাৰিব। নিবন্ধন। এই ভাগৰ ৩৫। এই সংবিধানত যিকোনো কথা থকা সত্ত্বেও – উপবন্ধসমূহক (ক) নিম্নোক্ত বিষয়ত বিধি প্ৰণয়ন কৰিবলৈ সংসদৰ ক্ষমতা থাকিব আৰু ৰাজ্যৰ কাৰ্য্যকৰী। বিধান মণ্ডলৰ ক্ষমতা নেথাকিব- কৰিবলৈ বিধান। ৫) অনুচ্ছেদ ১৬ৰ খণ্ড (৩), অনুচ্ছেদ ৩২ খণ্ড (৩), অনুচ্ছেদ ৩৩ আৰু অনুচ্ছেদ ৩৪ৰ অধীনত সংসদে কৰা বিধিৰ দ্বাৰা উপবন্ধিত কৰিব পৰা বিষয়বোৰৰ যিকোনো বিষয় সম্পৰ্কে; আৰু 4) এই ভাগত অপৰাধ বুলি ঘোষিত কাৰ্যাবলীৰ বাবে শাস্তি বিহিত কৰিবলৈ; আৰ এই সংবিধানৰ প্ৰাৰম্ভণিৰ পিচত যথাসম্ভব শীঘ্ৰে উপখণ্ড (২তি নিৰ্দেশিত কাৰ্য্যবোৰৰ বাবে শাস্তি বিহিত কৰিবলৈ সংসদে বিধি প্ৰস্তুত কৰিব; (খ) এই সংবিধানৰ প্ৰাৰম্ভণিৰ ঠিক পূৰ্বে ভাতৰ ৰাজ্যক্ষেত্ৰত বলবৎ থকা আৰু খণ্ড (কৰি উপখণ্ড এতি নিৰ্দেশিত বিষয়বোৰৰ যিকোনোটোৰ লগত সম্বন্ধ থকা কিম্বা সেই খণ্ডৰ উপখণ্ড /তি নিৰ্দেশিত কাৰ্য্যৰ বাবে শাস্তিৰ উপবন্ধ কৰা কোনো বিধি তাত থকা নিবন্ধন সমূহৰ আৰু অনুচ্ছেদ ৩৭২ৰ অধীনত কৰা যিকোনো অনুকূলন আৰু ৰূপভেদ সাপেক্ষে সংসদে পৰিবৰ্ত্তিত, নিৰসিত বা সংশোধিত নকৰা পৰ্য্যন্ত বলবৃত হৈয়েই থাকিব। স্পষ্টীকৰণ - এই অনুচ্ছেদত “বলবৎ হৈ থকা বিধি” এই বাক্যাংশৰ অৰ্থ অনুচ্ছেদ ৩৭২ত থকা উক্ত বাক্যাংশৰ অৰ্থৰ সৈতে একে। ১া সংবিধান (পঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৪ৰ ধাৰা ২ৰ দ্বাৰা মূল অনুচ্ছেদ ৩৩। পৰিবৰ্তে প্ৰতিষ্ঠাপিত (১১-৯-৮৪ তাংৰ পৰা।