পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান তৃতীয় ভাগ - মৌলিক অধিকাৰ অনুচ্ছেদ ২৯-৩১ক সংস্কৃতি আৰু শিক্ষা সম্বন্ধীয় অধিকাৰ ২৯ (১) সুকীয়া ভাষা, লিপি বা সংস্কৃতি থকা আৰু ভাৰতৰ ৰাজ্যক্ষেত্ৰত বা তাৰ কোনো সংখ্যালঘু অংশত বাস কৰা নাগৰিক সকলৰ যিকোনো বিভাগৰ সেইবোৰ সংৰক্ষণ কৰাৰ অধিকাৰ থাকিব। সকলৰ স্বাৰ্থৰ (২) ৰাজ্যৰ দ্বাৰা পোষিত হেবা বা ৰাজ্য নিধিৰ পৰা সাহায্য পোবা কোনো শিক্ষা সংৰক্ষণ। প্ৰতিষ্ঠানত কেবল ধৰ্ম, জাতি, বৰ্ণ, ভাষা বা তাৰ কোনোটোৰ হেতুকে কোনো নাগৰিকক প্ৰবেশ নিদিয়াকৈ থাকিব নোৰাৰিব। ৩০৷ (১) ধৰ্মৰ ভিত্তিতেই হওক বা ভাষাৰ ভিত্তিতেই হওক সকলো সংখ্যালঘু সম্প্ৰদায়ৰ শিক্ষা প্ৰতিষ্ঠান নিজৰ মনোম শিক্ষা প্ৰতিষ্ঠান স্থাপন আৰু প্ৰশাসন কৰাৰ অধিকাৰ থাকিব। স্থাপন বা প্ৰশাসন কৰিবলৈ (১ক) খণ্ড (১ঠত উল্লিখিত কোনো সংখ্যালঘুৰ দ্বাৰা স্থাপিত আৰু প্ৰশাসিত কোনো সংখ্যালঘুসকলৰ শিক্ষানুষ্ঠানৰ কোনো সম্পত্তি বাধ্যতামূলক অৰ্জনৰ বাবে উপবন্ধ কৰা কোনো বিধি প্ৰণয়ন অধিকাৰ। কৰোতে ৰাজ্যই এইটো সুনিশ্চিত কৰিব লাগিব যে এনে সম্পত্তি অৰ্জনৰ বাবে এনে বিধিৰ দ্বাৰা নিৰ্দিষ্ট কৰা'বা তাৰ অধীনত ধাৰ্য কৰা ধনৰ পৰিমাণ এনে হব যাতে তাৰ দ্বাৰা সেই খণ্ডৰ অধীনত প্ৰত্যাভূতি দিয়া অধিকাৰত বাধা আৰোপ নকৰে বা তাক নিৰাকৃত নকৰে। 1 (২) ৰাজ্যই শিক্ষা প্ৰতিষ্ঠান সমূহলৈ সাহায্য মঞ্জুৰী দিওঁতে কোনো প্ৰতিষ্ঠানৰ বিৰুদ্ধে এনে আধাৰৰ ওপৰত বিভেদ নকৰিব যে সেই প্ৰতিষ্ঠান, ধৰ্মৰ ভিত্তিতেই হওক বা ভাষাৰ ভিত্তিতেই হওক, কোনো সংখ্যালঘুৰ দ্বাৰা পৰিচালিত।

  • ]

৩১। সিম্পত্তি বাধ্যতামূলক অৰ্জন] সংবিধান (চতুঃচত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ ধাৰা ৰ দ্বাৰা নিৰাসিত (২০-৬-৭৯ তাংৰ পৰা )। কোনো কোনো বিধিৰ ব্যাবৃত্তি ৩১কা (ক) অনুচ্ছেদ ১৩৩ অন্তৰ্বিষ্ট কোনো কথা থাকিলেও সস্পদা আদি অৰ্জনৰ নিমিত্তে (ক) ৰাজ্যৰ দ্বাৰা কোনো সম্পদা বা তাত থকা কোনো অধিকাৰ অৰ্জনৰ নিমিত্তে অথবা এনে কোনো অধিকাৰ লোেপ কৰণ বা পৰিবৰ্তনৰ নিমিত্তে, বা উপবন্ধকাৰী (খ) ৰাজ্যৰ দ্বাৰা লোকহিতকৰ কাৰণেই হওক বা সেই সম্পত্তিৰ উচিত পৰিচালনাৰ বিধিসমূহৰ কাৰণেই হওক, কোনো সম্পত্তিৰ পৰিচালনা সীমিত কালৰ বাবে হাতলৈ অনাৰ ব্যাবৃত্তি। নিমিত্তে, বা ১ সংবিধান (চতুঃচত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ৪ৰ দ্বাৰা অন্তঃস্থাপিত (২০-৬- ৭৯ তাংৰ পৰা )। ২ “সম্পত্তিৰ অধিকাৰ উপশিতান সংবিধান উক্ত সংশোধন অধিনিয়মৰ ধাৰা ৫ৰ দ্বাৰা লোপ কৰা হৈছে (২০-৬-৭৯ তাংৰ পৰা)। ৩৷ সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাৰা ৩ৰ দ্বাৰা অন্তঃস্থাপিত (৩-১-৭৭ তাংৰ পৰা। ৪। সংবিধান (প্ৰথম সংশোধন) অধিনিয়ম, ১৯৫১ৰ ধাৰা ৪ৰ দ্বাৰা অন্তঃস্থাপিত (ভূতলক্ষী প্ৰভাৱেৰেী। ৫৷ সংবিধান (চতুৰ্থ সংশোধন) অধিনিয়ম, ১৯৫৫ৰ ৩ ধাৰাৰ দ্বাৰা মূল খণ্ডৰ পৰিবৰ্ত্তে প্ৰতিস্থাপিত (ভূতলক্ষী প্ৰভাবেৰে)