পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ ভাৰতৰ সংবিধান তৃতীয় ভাগ - মৌলিক অধিকাৰ --অনুচ্ছেদ ২৫-২৮ ধৰ্মস্বতন্ত্ৰতাৰ অধিকাৰ বিবেকৰস্বতন্ত্ৰতা ২৫ (১) সাৰ্বজনিক শৃঙ্খলা, সদাচাৰ আৰু স্বাস্থ্য আৰু এইভাগব অনান্য উপ-বন্ধাবলীৰ আৰু ধৰ্মৰ অবাধ সাপেক্ষে বিবেকৰ স্বতন্ত্ৰতা পাবলৈ আৰু অবাধে ধৰ্মৰ ধাৰণ, আচৰণ আৰু প্ৰচাৰৰ অধিকাৰ ধাৰণ, আচৰণ পাবলৈ সকলো ব্যক্তিৰে সমানে হক থাকিব। আৰু প্ৰচাৰৰ (২) এই অনুচ্ছেদৰ কোনো কথাই কোনো বৰ্তমান বিধিৰ প্ৰবৰ্তনত প্ৰভাব স্বতন্ত্ৰতা। নেপেলাব কিম্বা ৰাজ্যক এনে কোনো বিধি প্ৰস্তুত কৰাৰ পৰা নিবাৰণ নকৰিব যি বিধিয়ে--- (ক) ধৰ্মাচৰণৰ লগত সম্বন্ধ থকা কোনো আৰ্থিক, বিত্তীয়, ৰাজনৈতিক বা অন্যান্য লৌকিক কাৰ্যকলাপ বিনিয়মন বা নিবন্ধন কৰে; (খ) সামাজিক কল্যাণ আৰু সংস্কাৰৰ অৰ্থে উপবন্ধ কৰে কিম্বা হিন্দুৰ সাৰ্বক্ষনিক প্ৰকাৰৰ ধৰ্মমূলক প্ৰতিষ্ঠান সমূহ সকলো শ্ৰেণীৰ বা সম্প্ৰদায় হিন্দু সকলৰ নিমিত্তে উন্মুক্ত কৰি দিয়ে। স্পষ্টীকৰণ ১ – কৃপাণ ধাৰণ কৰা আৰু লগত লৈ ফুৰাটো শিখ ধৰ্ম মানি চলাৰ অন্তৰ্গত বুলি গণ্য কৰা হব। স্পষ্টীকৰণ ২৪ খণ্ড (২ৰ উপখণ্ড (খ)ত হিন্দু সকল বুলি কৰা নিৰ্দেশে শিখ, জৈন আৰু বৌদ্ধ ধৰ্ম মানি চলা লোক সকলকে নিৰ্দেশ কৰা বুলি অৰ্থ কৰা হব আৰু হিন্দু ধৰ্মমূলক প্ৰতিষ্ঠান সমূহৰ নিৰ্দেশৰো সেই অনুসাৰে অৰ্থ কৰা হব। ধৰ্মমূলক কামৰ ২৬। সাৰ্বজনিক শৃঙ্খলা, সদাচাৰ আৰু স্বাস্থ্যৰ সাপেক্ষে - পৰিচালনাৰ (ক) ধৰ্মীয় বা পূৰ্ত্ত প্ৰয়োজনৰ কাৰণে প্ৰতিষ্ঠান স্থাপন আৰু পোষণ কৰিবলৈ; স্বতন্ত্ৰতা। (খ) ধৰ্মৰ বিষয়ত নিজৰ কাৰ্য্য পৰিচালনা কৰিবলৈ; (গ) অস্থাবৰ আৰু স্থাবৰ সম্পত্তি অৰ্জন কৰিবলৈ আৰু তাৰ স্বামিত্ব লাভ কৰিবলৈ; আৰু (ঘ) বিধি অনুযায়ী এনে সম্পত্তিৰ প্ৰশাসন কৰিবলৈ প্ৰত্যেক ধৰ্ম সম্প্ৰদায়ৰ বা তাব কোনো বিভাগৰ অধিকাৰ থাকিব। কোনো বিশেষ ২৭৷ যিবিলাক কৰৰ আগম কোনো বিশেষ ধৰ্মৰ বা ধৰ্ম সম্প্ৰদায়ৰ উন্নতি বা পোষণ ধৰ্মৰ উন্নতি অৰ্থে ব্যয় কৰাৰ কাৰণে নিৰ্দিষ্ট ৰূপে বিনিয়োগ কৰা হয়, সেইবিলাক কৰ শোধাবলৈ কোনো অৰ্ধেক ব্যক্তিকে বাধ্য কৰিব নোৱাৰিব। শোধাৱা বিষয়ত স্বতন্ত্ৰতা। কিছুমান শিক্ষা ২৮৷ (১) ৰাজ্য নিধিৰ পৰা সম্পূৰ্ণৰূপে পোষণ কৰা কোনো শিক্ষা প্ৰতিষ্ঠানতে ধৰ্মীয় প্ৰতিষ্ঠানত ধৰ্ম শিক্ষা দিয়া নহব। শিক্ষা বা ধৰ্মীয় উপাসনাত (২) ৰাজ্যৰ দ্বাৰা প্ৰশাসিত কিন্তু ধৰ্ম-শিক্ষাৰ আবশ্যকতাৰ কথা থকা কোনো ধৰ্ম বা উপস্থিতিৰ ন্যাসৰ অধীনত স্থাপিত হোৱা শিক্ষা প্ৰতিষ্ঠানত খণ্ড (১) ৰ কোনো কথা প্ৰযোজ্য নহব। বিব, "বতন্ত্ৰতা। (৩) ৰাজ্যই স্বীকৃতি দিয়া বা ৰাজ্য নিধিৰ পৰা সাহায্য পোবা কোনো শিক্ষা প্ৰতিষ্ঠান অধ্যয়ন কৰা কোনো ব্যক্তিয়ে এনে প্ৰতিষ্ঠানত দিয়া ধৰ্ম শিক্ষাত কিম্বা এনে প্ৰতিষ্ঠানত অথবা তাৰ লগত সংলগ্ন কোনো স্থানত অনুষ্ঠিত ধৰ্মীয় উপাসনাত ভাগলোবাটো আবশ্যক বুলি ধৰা নহব যদিহে এনে ব্যক্তিয়ে বা তেওঁ নাবালক হলে তেওঁৰ অভিভাৱকে তাৰ বাবে সন্মতি দিয়া নাই।