পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

br ভাৰতৰ সংবিধান তৃতীয় ভাগ - মৌলিক অধিকাৰ অনুচ্ছেদ ১৯২২ (৬) উক্ত খণ্ডৰ (ছ) উপখণ্ডৰ কোনো কথাই উক্ত উপখণ্ডৰ দ্বাৰা প্ৰদত্ত অধিকাৰ প্ৰয়োগৰ ওপৰত সৰ্বসাধাৰণ ৰাইজৰ হিতৰ বাবে, কোনো বৰ্তমান বিধিয়ে যি পৰ্য্যক্ত যুক্তিযুক্ত নিবন্ধন আৰোপ কৰে সেই পৰ্যন্ত তাৰ প্ৰবৰ্তনত প্ৰভাব নেপেলাব অথবা এনে কোনো বিধি প্ৰস্তুত কৰাত ৰাজ্যক বাধা নিদিব, আৰু বিশেষকৈ উক্ত উপখণ্ডৰ কোনো কথাই- ৫) কোনো বৃত্তি অবলম্বনৰ নিমিত্তে অথবা কোনো উপজীবিকা বা বেপাৰ বা কাৰবাৰ চলাবৰ, নিমিত্তে আবশ্যকীয় বৃত্তি বিষয়ক বা কাৰিকৰী অৰ্হতা সম্বন্ধে অথবা I) ৰাজ্যৰ দ্বাৰা অথবা ৰাজ্যৰ স্বামীত্বাধীন বা নিয়ন্ত্ৰণাধীন কোনো নিগমৰ দ্বাৰা, নাগৰিক সকলক সম্পূৰ্ণতঃ বা আংশিক ভাবে বাদ দিয়েই হওক বা অন্যথাই হওক, কোনো বেপাৰ, কাৰবাৰ, উদ্যোগ বা সেৰা চলোৱাৰ সম্বন্ধে কোনো বৰ্তমান বিধিয়ে যি পৰ্যন্ত সম্বন্ধ ৰাখিছে সেই পৰ্যন্ত তাৰ প্ৰবৰ্তনৰ ওপৰত প্ৰভাব নেপেলাব অথবা এনে সম্বন্ধীয় কোনো বিধি প্ৰণয়নত ৰাজ্যক বাধা নিদিব। অপৰাধৰ বাবে দোষী সাব্যস্তকৰণৰ সম্পৰ্কত, সংৰক্ষণ। ২০৷ (১) কোনো ব্যক্তি অপৰাধ বুলি অভিহিত কোনো কাৰ্য কৰাৰ সময়ত বলবৎ থকা বিধিৰ উলংঘনৰ কাৰণত বাহিৰে আন একো অপৰাধত দোষী সাব্যস্ত হব নোবাৰিব, নতুবা অপৰাধটো কৰাৰ সময়ত বলবৎ থকা বিধিৰ অধীনত যিমানখিনি শাস্তি বিহিব পৰা গ'লহেঁতেন তাতকৈ গুৰুতৰ শাস্তিৰ দ্বাৰা দণ্ডনীয় হব নোবাৰিব। (২) একেটা অপৰাধৰ বাবে কোনো ব্যক্তি একাধিক বাৰ অভিযোজিত আৰু দণ্ডিত হব নোবাৰিব। (৩) যি কোনো অপৰাধত অভিযুক্ত কোনো ব্যক্তিকে নিজৰ বিৰুদ্ধে সাক্ষী হবলৈ বাধ্য কৰাব নোৱাৰিব। জীৱন আৰু ২১ বিধিৰ দ্বাৰা স্থাপিত কোনো প্ৰক্ৰিয়াৰ ব্যতিৰেকে কোনো ব্যক্তি জীবন আৰ ব্যক্তি ব্যক্তি স্বাধীনতাৰ স্বাধীনতাৰ পৰা বঞ্চিত হব নোবাৰিব। সংৰক্ষণ। কোনো কোনো ২২৷ (১) বন্দীকৃত কোনো ব্যক্তিক যিমান সোনকালে পৰা যায় সিমান সোনকালে ক্ষেত্ৰত বন্দীকৰণ কীকৰণৰ হেতু নজনোৱাকৈ হাজোতত নিৰুদ্ধ কৰি ৰাখিব নোৱাৰিব নতুবা তেওঁৰ অভিৰুচিৰ বিধি ব্যবসায়ীৰ দ্বাৰা পক্ষসমৰ্থিত হোৱাৰ আৰু তেওঁৰ লগত পৰামৰ্শ কৰাৰ অধিকাৰৰ পৰা আৰু নিৰুদ্ধৰণৰ তেওঁ বঞ্চিত হব নোৱাৰিব। পৰা সংবক্ষণ। (২) কীকৃত আৰু হাজোতত নিৰুদ্ধ প্ৰত্যেক ব্যক্তিক, কীকৰণৰ ঠাইৰ পৰা দণ্ডাধিকাৰীৰ ন্যায়ালয়লৈ যাওঁতে আবশ্যক হোবা সময়খিনি বাদ দি, এনে বন্দীকৰণৰ চৌবিশ ঘন্টাৰ ভিতৰত নিকটতম দাধিকাৰীৰ ন্যায়ালয়ত হাজিৰ কৰাব লাগিব; আৰু এনে কোনো ব্যক্তিক দণ্ডাধিকাৰীৰ প্ৰাধিকাৰ বিনা উক্ত কালতকৈ অধিক সময় হাজোতত নিৰুদ্ধ ৰাখিব নোবাৰিব। (৩) খণ্ড (১) আৰু (২)ৰ কোনো কথা (ক) তৎসময় শত্ৰু অন্যদেশীয় কোনো ব্যক্তিৰ প্ৰতি; বা (খ) নিবাৰক নিৰোধৰ কাৰণে উপবন্ধিত কোনো বিধিৰ অধীনত বন্দী বা নিবদ্ধ, হোবা কোনো ব্যক্তিৰ প্ৰতি প্ৰযোজ্য নহব। ১৷ সংবিধান (প্ৰথম সংশোধন) অধিনিয়ম, ১৯৫১ৰ ৩ ধাৰাৰ দ্বাৰা কেইটামান মূল শ দৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত। ২৷ সংবিধান (চতুঃচত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ৩. বলবৎ হলে অনুচ্ছেদ ২২ সেইমতে সংশোধিত হব। !