পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ২৭৩ পুনৰ বসতি পৰিভাষা Assamese Term Article Reference English Equivalent পৰমাদেশ .- 32(2) Mandamus পৰন্তু 3- Proviso Provided পৰন্তুক 3-Expl. 1 Proviso প্ৰাক কলন 112(2) Estimates প্ৰাৰম্ভিক ক্ষেত্ৰাধিকাৰ 131 Original Jurisdiction পাৰিত 107(4) Pass পাত্ৰ 57 Eligible পৰিভাষা 36 Definition পৰিসীমা 134(2) Limitation পৰিসীমন। 327 Delimitation পদানুকম 323 B (3)(a) Hierarchy 7- Proviso Resettlement পুনবিলোকন। 137 Review পুনঃস্থাপন 34 Restoration পুনঃ সমাযোজন 82 Readjustment পৃষ্ঠাংকন 312A (3)(a) Endorsement পৃষ্ঠাংকিত 110(4) Endorsed প্ৰাদেশিক জলভাগ 297(1) Territorial waters প্ৰাদেশিক নিব্বাচন সমষ্টি "81(2)(b) Territorial constituency প্ৰাধিকৃত " 348 (1)(b) Authoritative প্ৰাধিকাৰী 12 Authority প্ৰাধিকাৰ দিয়া। 22(4) To authorise প্ৰতিপূৰ্তি Sch. Il-Part D-9(4) Reimbursement প্ৰতিশুল্ক Sch. VI.-11-51 i Countervailing duty প্ৰতিসংহৰণ কৰা 312A(1) Revoke (to) প্ৰতিজ্ঞান 60 M.N. Affirmation প্ৰবিলম্বন 72(1), 161 Reprieve প্ৰতিলিপ্যধিকাৰ Sch. VII-1-49 Copyright প্ৰব্ৰজন Sch. VII-1-81 Migration প্ৰৱৰ্ত্তিত 370(3) Operative প্ৰমাণীকৃত 166(2) Authenticated প্ৰশাসন। Administration প্ৰশাসন কৰা 26(d) Administer প্ৰশাসনীয় ব্যয় 146(3) Administrative expenses প্ৰসংবিদা 131-Proviso Covenant প্ৰসাৰণ Sch. VII-1-31 Broadcasting প্ৰস্তাৱ 121 Motion প্ৰসূতি মণ্ডল 42 Maternity relief প্ৰবেশ 15(2) (a) Access প্ৰবেশ লেখ্য 307(1)(b)(0) Instrument of Accession বচন পত্ৰ Sch. VII-1-46 Promisory Note বচন বন্ধ 131-Proviso Engagement বয়স্ক ভোটাধিকাৰ 326 Adult suffrage বহন পত্ৰ' .. Sch. VII-1-91 Bill of landing বন্দী প্ৰত্যক্ষীকৰণ Habeas corpus বাক্ স্বতন্ত্ৰতা : 19(1)(a) Freedom of speech 78(a) 32(2)