পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান সীমা শুল্ক শুল্ক সীমান্ত . পৰিভাষা English Term Article Reference Assamese Equivalent Council of States 79 ৰাজ্য সভা। Countervailing duty Sch VII-11-51 প্ৰতিশুল্ক Court 22(2) ন্যায়ালয়। Court, High 22(4) (a) উচ্চ ন্যায়ালয় Court Martial 72(1) (a) সেনা ন্যায়ালয় Court of record 129 . অভিলেখ ন্যায়ালয় Court, Subordinate 233 (head line) অধীনস্থ ন্যায়ালয় ' Court, Supreme 32 উচ্চতম ন্যায়ালয়: Covenant 131-Proviso প্ৰসংবিদা Crime 326 অপৰাধ Criminal suit 374(2) দাণ্ডিক বাদ Criminal Law Sch VI-1-1 দণ্ডবিধি Criminal Procedure Code Sch VII-III-2 দণ্ড প্ৰক্ৰিয়া সংহিতা Custom duty Sch VII-1-83 Custom frontiers Sch VII-1-41 Debt charge 112(3)(c). ঋণ ভাৰ Decision 71(1) বিনিশ্চয় Decree 112(3)(f). Defamation 19 (2) মানহানি Definition 36. পৰিভাষা। Delimination 327 পৰিসীমন Sch VIL-L-27 Demobilisation Sch VILL L-11 সৈন্য-বিয়োজন Descent 16(2) Diplomatic Sch Vil - 1 - 11 ৰাজনয়িক Directive 350 heading, 351 নিৰ্দেশ : Discretion স্ববিবেচনা : Discrimination 23(2): বিভেদ Dissenting judgement 145(5) অসন্মতিমূলক নিৰ্ণয় Division Court 145(2) স্কুণ্ড ন্যায়ালয় Divorce Sch VII-111-5 বিবাহ বিচ্ছেদ Document Sch VII-1-74 দস্তাৱেজ, Domicile 5. অধিবাস During the pleasure 310(2) ৰাষ্ট্ৰপতিৰ প্ৰসাদ পৰ্য্যন্ত of the president Duty, Export Sch VII-1-83 ৰপ্তানি শুল্ক। Electoral College 54,66(1): (1) : নিব্বাৰ্চক-গণ Electorate 171(3) (a) নিৰ্বাচক মণ্ডলী Eligible 57 Emergency, - .71(1) সংকটকালীন্ উদঘঘাষণা Proclamation of Emigration Sch VII-1-19 উৎপ্ৰবাস Emoluments 112(3) (a), 158(3) উপলব্ধি Enact Preamble অধিনিয়মিত কৰা:. 136 (1)