পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৫৮ পৰিশিষ্ট-২ সংবিধান (সপ্ততিতম সংশোধন) অধিনিয়ম, ১৯৯২ ৰ পৰা উদ্ধতাংশ ভাৰতৰ সংবিধানৰ আৰু সংশোধন কৰাৰ বাবে এখনি অধিনিয়ম ভাৰত গণৰাজ্যৰ ত্ৰিচাৰিংশ 'বছৰত সংসদৰ দ্বাৰা নিম্নলিখিত ধৰণে অধিনিয়মিত কৰা হওক? - সংক্ষিপ্ত নাম আৰু প্ৰাৰম্ভ। ১।(১) এই অধিনিয়মখলু সংবিধান (সপ্ততিতম সংশোধন) অধিনিয়ম, ১৯৯২ ৰূপে অভিহিত হব। (২) এই অধিনিয়মৰ ধাৰা ৩, ২১ ডিচেম্বৰ ১৯৯১ ৰ পৰা বলবৎ হোৱা বুলি গণ্য হব আৰু ধাৰা ২ কেন্দ্ৰীয় চৰকাৰে ৰাজপত্ৰত অধিসূচনাৰ দ্বাৰা নিয়ত কৰাৰ দূৰে এনে তাৰিখত বলবৎ হব। অনুচ্ছেদ ৫৪ ৰ সংশোধন। ২। সংবিধান অনুচ্ছেদ ৫৪ ৰ শেষত নিম্নলিখিত স্পষ্টীকৰণ অন্তঃস্থাপিত কৰা হব, অৰ্থাৎ ঃ- স্পষ্টীকৰণ - এই অনুচ্ছেদ আৰু অনুচ্ছেদ ৫৫ ত ৰাজ্যই দিল্লীক ৰাজধানী ৰাজ্যক্ষেত্ৰ অৰুি পণ্ডীচেৰী সংঘ ৰাজ্যকে অন্তৰ্ভুক্ত কৰে। O1XXXX X X X