পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ২৩৭ নবম অনুসূচী ১৮। দি ৰেলৱে কম্পেনীজ (ইমাৰ্জেন্ সি প্ৰভিজন) এক্ট, ১৯৫১ (১৯৫১ ৰ এক্ট ৫১)। ১৯। ইনডাষ্ট্ৰীজ (ডেভেলপমেন্ট এণ্ড ৰেগুলেশ্ব) এমেন্ডমেন্ট এক্ট, ১৯৫৩ (১৯৫৩ ৰ এক্ট ২৬) ৰ ১৩ ধাৰাৰ দ্বাৰা যথা অন্তঃস্থাপিত ইনডাষ্ট্ৰীজ (ডেভেলপমেন্ট এণ্ড ৰেগুলেশ্ব) এক্ট , ১৯৫১ (১৯৫১ ৰ এক্ট ৬৫) ৰ৩-ক অধ্যায়। ২০। দি ৱেষ্ট বেংগল লেণ্ড ডেভেলপমেন্ট এণ্ড প্লেনিং এক্ট, ১৯৪৮ (১৯৪৮ ৰ ৱেষ্ট বেংগল এক্ট ২১), ১৯৫১ ৰ ৱেষ্ট বেংগল এক্ট ২৯ ৰ দ্বাৰা যথা সংশোধিত অনুযায়ী। [ ২১। দি অন্ধ্ৰ প্ৰদেশ চিলিং অন্ এগ্ৰিকালচাৰেল হোলডিং এক্ট, ১৯৬১ (১৯৬১ ৰ অন্ধ্ৰ প্ৰদেশ এক্ট ১০)। ২২। দি অন্ধ্ৰ প্ৰদেশ (টেলেংগনা এৰিয়া) টেনাসি এণ্ড এগ্ৰিকালচাৰে লেণ্ড (ভেলিডেশ্বন) এক্ট, ১৯৬১ (১৯৬১ অন্ধ্ৰ প্ৰদেশ এক্ট ২১)। ২৩। দিঅন্ধ্ৰ প্ৰদেশ (টেলেংগনা এবিয়া) ইজাৰা এণ্ড কোলী লেগু কেনচেলেশ্বঅইৰেগুলাৰ পট্টাজ এণ্ড এবলি অভ চেনেল এছছছমেন্ট এক্ট, ১৯৬১ (১৯৬১ ৰ অন্ধ্ৰপ্ৰদেশ এক্ট ৩৬)। ২৪। দি আসাম ষ্টেট একুইজিশন অভ লেগু বিলংগিং টু ৰিলিজিয়া অৰ ছেৰিটেবল ইনষ্টিটিউচন অভূ পাবলিক নেচাৰ এক্ট,১৯৫৯ (১৯৬১ ৰ আসাম এক্ট ৯)। ২৫। দি বিহাৰ লেন ৰিফৰ্মচ্ এমেন ডমেন্ট এক্ট, ১৯৫৩ (১৯৫৪ ৰ বিহাৰ এক্ট ২০)। ২৬। দি বিহাৰ লেণ্ড ৰিফৰ্ম (ফিকছে অত্ চিলিং এৰিয়া এণ্ড একুইজিশ্ব অ চাৰপ্লাচ লেণ্ড এক্ট ১৯৬১ (১৯৬২ ৰ বিহাব এক্ট, ১২)(এই অধিনিয়মৰ ২৮ ধাৰাৰ ব্যতিৰেকে)। ২৭। দি বম্বে তালুকদাৰী টেনিয় এবলিশ্ব (এমেণ্ডমেন্ট) এক্ট, ১৯৫৪ (১৯৫৫ৰবম্বে এক্ট >) 1 ২৮।দি বম্বে তালুকদাৰী টেনিয় এবলিশ্বন (এমেণ্ডমেন্ট) এক্ট, ১৯৫৭ (১৯৫৮'ৰবম্বে এক্ট ১৮)। ২৯। দি বম্বে ইনাম (কচ্ছ এৰিয়া) এবলিশ এক্ট, ১৯৫৮ (১৯৫৮ বম্বে এক্ট ৯৮)। ৩০ দিবম্বে টেনান্‌সি এণ্ড এগ্ৰিকালচাৰেল লেগু (গুজৰাট এমেণ্ডমেন্ট) এক্ট, ১৯৬০ (১৯৬০ ৰ গুজৰাট এক্ট ১৬}। ৩১। দি গুজবাট এগ্ৰিকালচাৰে লেণ্ড চিলিং এক্ট, ১৯৬০(১৯৬১ বগুজৰাট এক্ট ২৭)। ৩২। দি সাগবাবা এণ্ড মেহসী এষ্টেট প্ৰাইটাৰী ৰাইট এবলি এটচেট বা ৰেগুলেশ্বন, ১৯৬২ (১৯৬২ ৰ গুজৰাট ৰেগুলেশ্বন ১)। ৩৩। দি গুজৰাট চাৰভাইভিং এলিয়েনেচনচ এবলিশ এক্ট, ১৯৬৩ (১৯৬৩ ৰ গুজৰাট এক্ট ৩৩) এই অধিনিয়মৰ ২ ধাৰাৰ (৩) খণ্ডৰ (ঘ) উপখণ্ডত নিৰ্দেশিত অন্য সংক্ৰমণৰ লগত এই অধিনিয়মৰ যিমানদূৰ সম্বন্ধ আছে তাৰ ব্যতিৰেকে। ১। সংবিধান (সপ্তদশ সংশোধন) অধিনিয়ম, ১৯৬৪ ব ৩ ধাৰাৰ দ্বাৰা সংযোজিত। .