পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

। 1 ভাৰতৰ সংবিধান ২২৩ সপ্তম অনুসূচী ২৩। সংসদৰ দ্বাৰা প্ৰণীত বিধিৰ দ্বাৰা বা অধীনত ৰাষ্ট্ৰীয় ৰাজপথ বুলি ঘোষিত ৰাজপথ সমূহ। ২৪। সংসদে বিধিৰ দ্বাৰ ৰাষ্ট্ৰীয় জলপথ বুলি ঘোষণা কব৷ অন্তৰ্দেশীয় জলপথত যন্ত্ৰ-চালিত জলযান সম্বন্ধীয় পোত পৰিবহণ আৰু নৌ-পৰিবহণ; তেনে জল পথবোৰৰ পথ-নিয়ম। ২৫। জোৱাৰ জ্বলত পোত-পৰিবহণ আৰু নৌ-পৰিবহণক অন্তৰ্গত কৰি সমুদ্ৰ পোত পৰিবহণ আৰু নৌ-পৰিবহণ, বাণিজ্যিক পোতৰ শিক্ষা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা আৰু ৰাজ্য সমূহ আৰু অন্যান্য অভিকৰণ সমুহে ব্যৱস্থা কৰা এনে শিক্ষাৰ আৰু প্ৰশিক্ষণৰ বিনিয়মন। ২৬। আলোক স্তম্ভ সমূহ-যাব অন্তৰ্গত আলোক পোত, আলোক সংকেট আৰু পৌত পৰিবহণ আৰু বিমানৰ সুৰক্ষাৰ বাবে কৰা অন্যান্য ব্যৱস্থা সমূহো হব। ২৭। সংসদৰ দ্বাৰা প্ৰণীত বিধি বা কোনো বৰ্তমান বিধিৰ দ্বাৰা বা অধীনত প্ৰধান বন্দৰ বুলি ঘঘাষিত বন্দৰ সমূহ-যাৰ অন্তৰ্গত সেই বন্দৰ সমূহৰ পৰিসীমন,আৰু তাৰ কৰ প্ৰাধিকাৰী সমূহৰ গঠন আৰু ক্ষমতা সমূহো হব। ২৮। বন্দৰ নিবোধন (কোৱাবেন্টাইন) যাৰ অন্তৰ্গত তাৰ লগত সম্বন্ধিত চিকিৎসালয় সমূহে হব; নাবিক আৰু সামুদ্ৰিক চিকিৎসালয় সমূহ। ২৯। বিমান পথ, বিমান আৰু বিমান পৰিবহণ, বিমান ঘাটিৰ ব্যৱস্থা, বিমান যাতায়ত আৰু বিমান ঘাটিৰ বিনিয়মন আৰু সংগঠন; বৈমানিক শিক্ষা আৰু প্ৰশিক্ষণৰ বাবে ব্যৱস্থা আৰু ৰাজ্য সমুহে আৰু অন্যান্য অভিকৰণ সমূহে ব্যৱস্থা কৰা এনে শিক্ষাৰ আৰু প্ৰশিক্ষণব বিনিয়মন। ৩০। বেলপথেবে, সমুদ্ৰেবে বা বিমানেৰে, অথবা যন্ত্ৰচালিত জল যানেৰে ৰাষ্ট্ৰীয় জলপথেৰে যাত্ৰী আৰু বয়-বস্তু বহন। ৩১। ডাক আৰু তাঁৰ, টেলিফোন, বেৰ্তাৰ, প্ৰসাৰণ আৰু তেনে ধৰণৰ আন যোগাযোগ ব্যবস্থা। ৩২। সংঘৰ সম্পত্তি আৰু তাৰ পৰা পোৱা ৰাজস্ব, কিন্তু ১ * * কোনো এখন ৰাজ্যত অৱস্থিত সম্পত্তিৰ সম্বন্ধত, সংসদে বিধিৰ দ্বাৰা অন্যথা উপবন্ধিত নকৰা পৰ্য্যন্ত সেই ৰাজ্যৰ বিধান সাপেক্ষে। ৩৪। দেশীয় ৰাজ্য সমূহৰ শাসক সকলব সম্পদাৰ বাবে প্ৰতিপালক অধিকৰণ। ৩৫। সংঘৰ বাষ্ট্ৰ-ঋণ। ৩৬ | চলিত মুদ্ৰা, টকা নিৰ্মাণ আৰু বৈধমুদ্ৰা, বিদেশী মুদ্ৰা বিনিময়। ৩৭। বিদেশী ঋণ। . ৩৮। ভাৰতীয় বিজাৰ্ভ বেংক। ৩৯! ডাকঘৰ সঞ্চয় বেংক। ৪০। ভাৰত চৰকাৰৰ দ্বাৰা বা কোনো বাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত লটাৰী সমূহ। i ১। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা ‘প্ৰথম অনুসূচীব ক ভাগত বা খ ভাগত বিনিৰ্দিষ্ট এই কথাখিনি লোপ কৰা হৈছে। ২। উক্ত অধিনিয়মব ২৬ ধাবাৰ দ্বাৰা প্ৰবিষ্টি ৩৩ লোপ কৰা হৈছে।