পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১৮ ভাৰতৰ সংবিধান যষ্ঠ অনুসূচী পবন্তু, এই অনুসূচীৰ দফা ৩ৰ উপদফা (১)ৰ খণ্ড (ঙ) আষ্ণ (চ), দফা ৪,দফা ৫,দফা ৬ দফা ৮ উপদফা (২),উপদফা (৩)ৰ খণ্ড (ক), (খ) আঞ্চ (ঘ) আৰু উপদফা (৪), আৰু দফা ১০ ৰ উপদফা (২)ৰ খণ্ড (ঘ) ৰ প্ৰয়োজনৰ বাবে চিলং পৌৰসভাত সমাবিষ্ট থকা ক্ষেত্ৰৰ কোনো ভাগ [খাছীয়া পাহাৰ জিলাৰ অন্তৰ্গত বুলি গণ্য কৰা নহব। [(৩) তলৰ তালিকাৰ ভাগ ২ ক ত “ত্ৰিপুৰা জনজাতি অঞ্চলৰ জিলাৰ প্ৰতি থকা নিৰ্দেশক ত্ৰিপুৰা জনজাতি অঞ্চল সমূহৰ স্বায়ত্ত শাসিত জিলা পৰিষদ অধিনিয়ম, ১৯৭৯ ৰ প্ৰথম অনুসূচীত বিনিৰ্দিষ্ট জনজাতি অঞ্চলেৰে গঠিত ৰাজ্যক্ষেত্ৰৰ প্ৰতি থকা নিৰ্দেশ বুলি অৰ্থ কৰা হব।] তালিকা ভাগ - ১ ১| উত্তৰ কাছাৰ পাহাৰ জিলা। ২।[ কাৰ্বি আংলং জিলা ভাগ- ২ [১! খাছীয়া পাহাৰ জিলা। ২। জয়ন্তীয়া পাহাৰ জিলা।] ৩া গাৰোপাহাৰ জিলা। [ভাগ - ২ক ত্ৰিপুৰা জনজাতি অঞ্চল সমূহৰ জিলা।} ভাগ - ৩ [ ১ চা জিলা।

  • [ ২ মাৰা জিলা।

৩ লই জিলা।]] । 1 ১। মেঘালয় চৰকাৰ অধিসূচনা নং ডি, চি, এ, ৩১/৭২/১১, তাং ১৪ জুন, ১৯৭৩; মেঘালয় বাজপত্ৰ, ভাগ Vক, তাৰিখ ২৩/৬/১৯৭৩, পৃষ্ঠা ২০০ ৰ দ্বাৰা প্ৰতিষ্ঠাপিত। ২। অসম চৰকাৰৰ ১৪/১০/১৯৭৬ তাংৰ অধিসূচনা নং টি, এ, ডি আৰ ১১৫/৭৪/৪৭ ৰ দ্বাৰা মিকিৰ পাহাৰ জিলাৰ বাবে প্ৰতিষ্ঠাপিত। ৩। সংবিধান (ঊনপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৪ ৰ ধাৰা ৪ ৰ দ্বাৰা (১-৪-১৯৮৫ পৰা) অন্তঃস্থাপিত। ৪ | সংঘ ৰাজ্যক্ষেত্ৰ শাসন (সংশোধন) অধিনিয়ম, ১৯৭১ (১৯৭১ ৰ ৮৩) ৰ ধাৰা১৩ ৰ দ্বাৰা (২৯-৪-১৯৭২ ৰ পৰা) “মিজো জিলা” শব্দাৱলী লোপ কৰা হৈছে। ৫| মিজোৰাম ৰাজপত্ৰ, ১৯৭২, তাৰিখ ৫ মে, ১৯৭২, খণ্ড ১ ভাগ || পৃষ্ঠা ১৭ ত প্ৰকাশিত, মিজোৰাম জিলা পৰিষদ (বিবিধ উপবন্ধ) আদেশ, ১৯৭২ ৰ দ্বাৰা (২৯-৪-১৯৭২ ৰ পৰা) অন্তঃস্থাপিত। ৬। সংবিধান ষষ্ঠ অনুসূচী (সংশোধন) অধিনিয়ম, ১৯৮৮ ‘ৰ ৬৭) ৰ ধাৰা ২ৰ দ্বাৰা ক্ৰমিক নং ২ আৰু ৩ আৰু তাৰ লগত সম্বন্ধিত প্ৰবিষ্টি সমূহৰ বাবে প্ৰতিষ্ঠাগিত।