পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান যষ্ঠ অনুসূচী: [(২) যদি কোনো সময়ত ৰাজ্যপাল এই বুলি প্ৰতীয়মান হয় যে এনে অৱস্থাৰউদ্ভৱ হৈছে যি অৱস্থাত এই অনুসুচীৰ উপবন্ধসমূহ:অনুয়ৰি কোনো স্বায়ত্তশাসিত জিলা:বা:অঞ্চলৰপ্ৰশাসন চলাব নোৱাৰা হৈছে, তেনেহলে ৰাজ্যপালে সাৰ্বজুনিক অধিসূচনাৰদ্বাৰা,জিলা পৰিয়দ্ৰতবায়থাস্থিতি, আঞ্চলিক পৰিষদত ন্যস্ত বা পৰিষদৰ দ্বাৰা প্ৰয়োগ কৰিব লগীয়াকৃত বা ক্ষমতা সমূহৰ সকলোবোৰ, বা যিকোনোটো নিজৰ হাতুলৈ নিব পাৰে আৰু এইবুলি ঘোষুণা কৰিব পাৰে যে তেনে কৃত্য বা ক্ষমতাসমূহ অনধিক ছমাহকালৰ বাবে তেখেতে সেই মৰ্মে বিনিৰ্দিষ্টকৰি দিয়া ব্যক্তি বা প্ৰাধিকাৰীৰ দ্বাৰা প্ৰয়োগযোগ্য হব ঃ পুৰস্তু, ৰাজ্যপালে পুনৰ আদেশৰ দ্বাৰা প্ৰাথমিক আদেশৰ প্ৰৱৰ্ত্তন প্ৰত্যেকবাৰতে অনধিক ছমাহৰ বাবে বঢ়াই দিব পাৰে। (৩) এই দফাৰ উপদফা (২) ৰ অধীনত দিয়া প্ৰত্যেক আদেশ তাৰ কাৰণ সহ ৰাজ্যৰ বিধান মণ্ডলত দাখিল কৰিব লাগিব আৰু এনে আদেশ দিয়াৰ পিচত আৰম্ভ হোৱা ৰাজ্যিক বিধান মণ্ডলৰ বৈঠকৰ তাৰিখৰ পৰা ত্ৰিশ দিন অন্তত ইয়াৰ প্ৰৰ নোহোৱা হব-যদিহে সেই কাল অন্ত হোৱাৰ আগতেই ৰাজ্যিক বিধান মণ্ডলে তাক অনুমোদন নকৰে।] ১৭। স্বায়ত্তশাসিত জিলাত নিৰ্বাচন ক্ষেত্ৰগঠন:কবোতে তেনে জিলাৰ পৰা ক্ষেত্ৰসমূহৰ বহিৰ্ভূতকৰণ[অসমৰ বা মেঘালয়ৰ [.বা ত্ৰিপুৰা.] বিধান মণ্ডললৈ]:"[বা মিজোৰাম, বিধান মণ্ডললৈ ] নিৰ্বাচনৰ প্ৰয়োজনৰ বাবে; ৰাজ্যপালে,আদেশৰ দ্বাৰা ঘোষণা কৰিব পাৰে যে: যথাস্থিতি [অসম বা মেঘালয় ]:[ বা ত্ৰিপুৰা ৰাজ্যত ] [বা মিজোৰাম ৰাজ্যত ] কোনো স্বায়ত্ত শাসিত জিলাৰ অন্তৰ্গত যিকোনো ক্ষেত্ৰ এনে জিলাৰ বাবে সংৰক্ষিত বিধানসভাৰ কোনো এক বা ততোধিক আসন পূৰণৰ বাবে গঠিত নিৰ্বাচনক্ষেত্ৰৰ অংশবিশেষ নহব ববং এনেদৰে সংৰক্ষিত নোহোৱা আৰু সেই আদেশত বিনিৰ্দিষ্ট বিধান সভাৰ এক বা ততোধিক আসন পূৰণৰ বাবে গঠিত নিৰ্বাচন ক্ষেত্ৰৰহে অংশবিশ্যে হব। 3 33 ১। অসম পুনৰ্গঠন (মেঘালয়) অধিনিয়ম, ১৯৬৯ (১৯৬৯ ৰ ৫৫ )ৰ ধাৰা ৭৪ আৰু চতুৰ্থ অনুসূচীৰ দ্বাৰা (২-৪-৭০ ৰ পৰা) অন্তঃস্থাপিত। ২। উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ (১৯৭১ ৰ ৮১) ৰ ধাৰা ৭১ (ঝ) আৰু অষ্টম অনুসূচীৰ দ্বাৰা (২১-১-১৯৭২ ৰ পৰা) “অসমৰ বিধান সভা”ৰ বাবে প্ৰতিস্থাপিত। ৩।সংবিধান (উনপঞ্চাশত্তম সংশোধন) অধিনিয়ম,১৯৮৪ ৰ ধাৰা-৪ ৰ দ্বাৰা (১-৪৯৮৫ ৰ পৰা) অন্তঃস্থাপিত।" ৪। মিজোৰাম ৰাজ্য অধিনিয়ম, ১৯৮৬:১৯৮৬ ৰ৩৪)ৰ ধাৰা ৩৯-ৰ দ্বাৰা (২০-২-১৯৮৭ ৰ পৰা) অন্তঃস্থাপিত। ৫। উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) “অধিনিয়ম,১৯৭১'(১৯৭১ৰ৮১) ৰ ধাৰা ৭১(ঝ) আৰু অষ্টম অনুসূচীৰ দ্বাৰা (২১-১-৭২ ৰ পৰা) অন্তঃস্থাপিতা- উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ (১৯৭১ ৰ ৮১)ৰ ধাৰা ৭ (ঝ) আৰু অষ্টম অনুসূচীৰ দ্বাৰা (২১-১-১৯৭২ ৰ পৰা) দফা ১৮ লোপ কৰা হৈছে।

>

১ ...