পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯৬ ভাৰতৰ সংবিধান চতুৰ্থ অনুসূচী > ]

    • [২৫] অৰুণাচল প্ৰদেশ
  • [[ ২৬।] দিল্লী

[২৭] পণ্ডিচেৰী [ [*

মুঠ [২৩৩ ]] ১। অৰুণাচল প্ৰদেশ ৰাজ্য’অধিনিয়ম, ১৯৮৬ (১৯৮৬ ৰ ৬৯) ৰ ধাৰা ৫ ৰ দ্বাৰা (২০-২-১৯৮৭ ৰ পৰা) প্ৰবিষ্টি ২৪ আৰু ২৫ ৰক্ৰমশ প্ৰবিষ্টি ২৫ আৰু ২৬ৰ ৰূপত পুনঃসংখ্যাঙ্কিত আৰু নতুন প্ৰবিষ্টি ২৪ অন্তঃস্থাপিত তথা প্ৰবিষ্টি ২৬ ললাপ কৰা হৈছে। ২। গোৱা, দমন আৰু দিউ পুনৰ্গঠন অধিনিয়ম, ১৯৮৭ (১৯৮৭ৰ ১৮)ৰ ধাৰা ৬ ৰ দ্বাৰা (৩০- ৫-১৯৮৭ ৰ পৰা) প্ৰবিষ্টি ৪ ৰ পৰা ২৬ লৈকে ক্ৰমশঃ প্ৰবিষ্টি ৫ ৰ ২৭ ৰ ৰূপত পুনঃ সংখ্যাঙ্কিত কৰা হৈছে। ৩। মিজোৰাম ৰাজ্য অধিনিয়ম, ১৯৮৬ (১৯৮৬ ৰ ৩৪) ৰ ধাৰা ৫ ৰ দ্বাৰা (২০-২-১৯৮৭ ৰ পৰা) প্ৰবিষ্টি ২৩ আৰু ২৪ লৈকে ক্ৰমশঃ প্ৰবিষ্টি ২৪ আৰু ২৫-ৰ ৰূপত পুনঃসংখ্যাঙ্কিত আৰু এনেদৰে পুনঃসংখ্যাঙ্কিত প্ৰবিষ্টি ২৪ ৰ আগত পূৰ্বৰ নতুন প্ৰৱিষ্টি ২৩ অন্তঃস্থাপিত তথা প্ৰবিষ্টি ২৫ লেপ কৰা হৈছে। ৪। গোৱা দমন আৰু দিউ পুনৰ্গঠন অধিনিয়ম, ১৯৮৭ (১৯৮৭ ৰ ১৮) ৰ ধাৰা ৬ ৰ দ্বাৰা (৩০-৫-১৯৮৭ ৰ পৰা) “২৩২”ৰ বাবে প্ৰতিষ্ঠাপিত। .