পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান চতুর্থ অনুসূচী [9] ১০ ৩৪ 8 [১৩] পঞ্জাৱ [১৪] ৰাজস্থান [১৫] উত্তৰ প্ৰদেশ [১৬] পশ্চিমবঙ্গ [১৭] জম্মু আৰু কাশ্মীৰ [[১৮] নগালেণ্ড ১৯ হিমাচল প্রদেশ [[20] মণিপুৰ [২১। ত্ৰিপুৰা

  • [২২] মেঘালয়
  • [[২৩। চিকিম

“[[২৪] মিজোৰাম >] 0] »] ১ ! >] ১। গােৱা দমন আৰু দিউ পুনর্গঠন অধিনিয়ম, ১৯৮৭ (১৯৮৭ ৰ ১৮) ৰ ধাৰা ৬ ৰ দ্বাৰা (৩০-৫-১৯৮৭ ৰ পৰা) প্রবিষ্টি ৪ ৰ পৰা ২৬ লৈকে ক্রমশঃ প্রবিষ্টি ৫ ৰ পৰা ২৭ ৰ ৰূপত পুনঃসংখ্যাঙ্কিত কৰা হৈছে। ২। পঞ্জাৱ পুনর্গঠন অধিনিয়ম, ১৯৬৬ (১৯৬৬ ৰ ৩১) ব ধাৰা ৯ ৰ দ্বাৰা (১-১১-১৯৬৬ পৰা) “১১”ৰ বাবে প্রতিষ্ঠাপিত। ৩। নগালেণ্ড ৰাজ্য অধিনিয়ম, ১৯৬২ (১৯৬২ ৰ ২৭) ৰ ধাৰা ৬ ৰ দ্বাৰা (১-১২-১৯৬৩ৰ পৰা) অন্তস্থাপিত। ৪।হিমাচল প্রদেশ ৰাজ্য অধিনিয়ম, ১৯৭০(১৯৭০ ৰ.৫৩)ৰ ধাৰা ৫ৰ দ্বাৰা (২৫-১-১৯৭১ৰ পবা) অন্তঃস্থাপিত। ৫| সংবিধান (ষষ্ঠত্রিংশ সংশােধন) অধিনিয়ম, ১৯৭৫ ৰ ধাৰা ৪ ৰ দ্বাৰা (২৬-৪-১৯৭৫ ৰ পৰা) অন্তঃস্থাপিত। ৬। মিজোৰাম ৰাজ্য অধিনিয়ম, ১৯৮৬ (১৯৮৬ ৰ ৩৪) ৰ ধাৰা ৫ ৰ দ্বাৰা (২০-২-১৯৮৭ পৰা) প্রবিষ্টি ২৩ আৰু ২৪ ক্রমশঃ প্রবিষ্টি ২৪ আৰু ২৫ ৰ ৰূপত পুনঃসংখ্যাঙ্কিত আৰু এনেদৰে পুনঃসংখ্যাঙ্কিত প্রবিষ্টি ২৪ ৰ আগত নতুন প্রবিষ্টি ২৩ অন্তঃস্থাপিত তথা প্রবিষ্টি ২৫ লােপ কৰা হৈছে।