পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

"১৯৪ [চতুৰ্থ অনুসূচী ] [ অনুচ্ছেদ ৪(১) আৰু ৮০ (২)] ৰাজ্য সভাত আসন সমূহৰ আবন্টন নিম্নলিখিত তালিকা প্ৰথম স্তম্ভত বিনিৰ্দিষ্টপ্ৰত্যেক ৰাজ্যক বা সংঘ ৰাজ্য ক্ষেত্ৰত সেই তালিকাৰ দ্বিতীয় স্তম্ভত যথাস্থিতি সেইৰাজ্য বাসংঘ ৰাজ্য ক্ষেত্ৰৰ বিপৰীতে বিনিৰ্দিষ্ট সংখ্যক আসন আবন্টিত। কৰা হব। তালিকা ১।অন্ধ্ৰ প্ৰদেশ ২২ >] «] ২।অসম ৩। বিহাৰ

  • [! গোৱা

[ [৫]] গুজৰাট

  • [[ ৬ ] হাৰিয়ানা :

[৭] কেৰালা

  • [৮] মধ্য প্ৰদেশ
  • [[৯] তামিলনাড়ু ]
  • [ [১০] মহাৰাষ্ট্ৰ
  • [[১১] কৰ্ণাটক]

{১২i] উৰিষ্যা ৯ [/b] ১৯]. 1 . ! ১। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ধাৰা ৩ দ্বাৰা চতুৰ্থ অনুসূচীৰ বাবে প্ৰতিষ্ঠাপিত। ২। প্ৰবিষ্টি গোৱা, দমন আৰু দিউ পুনৰ্গঠন অধিনিয়ম, ১৯৮৭ (১৯৮৭ৰ ১৮)ৰ ধাৰা ৬ৰ দ্বাৰা (৩০-৫-১৯৮৭ ৰ পৰা) অন্তঃস্থাপিত। ৩। বোম্বাই পুনৰ্গঠন অধিনিয়ম, ১৯৬০ (১৯৬০ ব ১১) ৰ ধাৰা ৬ ৰ দ্বাৰা (১-৫-১৯৬০ৰ পৰা) প্ৰবিষ্টি ৪.ৰ বাবে প্ৰতিষ্ঠাপিত। ৪। গোৱা, দমন আৰু দিউ পুনৰ্গঠন অধিনিয়ম, ১৯৮৭ (১৯৮৭ ৰ ১৮) ৰ ধাৰা ৬ দ্বাৰা (৩০- ৫-১৯৮৭ ৰ পৰা) প্ৰবিষ্টি ৪ ৰ পৰা ২৬ লৈ ক্ৰমশঃ প্ৰবিষ্টি ৫ ৰ পৰা ২৭ ৰ ৰূপত পুনঃসংখ্যাঙ্কিত কৰা হৈছে। ৫। পঞ্জাৱ পুনৰ্গঠন অধিনিয়ম, ১৯৬৬ (১৯৬৬ ৰ ৩১) ৰ ধাৰা ৯ ৰ দ্বাৰা (১-১১-১৯৬৬) ৰ পৰা অন্তঃস্থাপিত। ৬। মাদ্ৰাজ ৰাজ্য (নাম পৰিৱৰ্তন) অধিনিয়ম, ১৯৬৮ (১৯৬৮ ৰ ৫৩) ৰ ধাৰা ৫ ৰ দ্বাৰা (১৪- ১-১৯৬৯ ৰ পৰা) “৮ মাদ্ৰাজ”ৰ বাবে প্ৰতিষ্ঠাপিত॥ ৭| অন্ধ্ৰ প্ৰদেশ আৰু মাদ্ৰাজ (সীমা পৰিৱৰ্ত্তন) অধিনিয়ম, ১৯৫৯ (১৯৫৯ ৰ ৫৬) ৰ ধাৰা ৮ৰ দ্বাৰা (১-৪-১৯৬০ ৰ পৰা) “১৭” ৰ বাবে প্ৰতিষ্ঠাপিত। • ৮! বোম্বাই পুনৰ্গঠন অধিনিয়ম, ১৯৬০ (১৯৬০ ৰ ১১) ৰ ধাৰা ৬ ৰ দ্বাৰা (১-৫-১৯৬০ ৰ পৰা) অন্তঃস্থাপিত। ৯। মহীশূৰ ৰাজ্য:(নাম পৰিৱৰ্ত্তন) অধিনিয়ম, ১৯৭৩ (১৯৭৩ ৰ ৩১) ৰ ধাৰা ৫.'ৰ দ্বাৰা (১- ১১-১৯৭৩ ৰ পৰা) “১০ মহীশূৰ”ৰ বাবে প্ৰতিস্থাপিত।