পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৪ ভাৰতৰ সংবিধান নাম [২২। চিকিম'। [২৩। মিজোৰাম প্ৰথম অনুসূচী ৰাজ্যক্ষেত্ৰ সমূহ সংবিধান (যষ্ঠত্ৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৫ প্ৰাৰম্ভণিৰ ঠিক পূৰ্ব্বে চিকিমত সমাবিষ্ট ৰাজ্যক্ষেত্ৰসমূহ।]-- উত্তৰ-পূৱ অঞ্চল ( পুনৰ্গঠন) অধিনিয়ম,১৯৭১ ৰ ধাৰা ৬ ত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰসমূহ।] উত্তৰ পূব অঞ্চল (পুৰ্নগঠন) অধিনিয়ম, ১৯৭১ৰ ধাৰা ৭ ত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰ সমূহ।] গোৱা দমন আৰু দিউ পুনৰ্গঠন অধিনিয়ম,১৯৮৭ৰ ধাৰা ৩ ত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰ সমূহ।] [২৪। অৰুণাচল প্ৰদেশ [২৫| গোৱা ১{সংবিধান (ষষ্ঠত্ৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৫ৰ ধাৰা ২ দ্বাৰা অত্ত স্থাপিত (২৬-৪-৭৫ তাংৰ পৰা)। ২। মিজোৰাম ৰাজ্য অধিনিয়ম, ১৯৮৬ (১৯৮৬ ৰ ৩৪) ৰ ধাৰা ৪ ৰ দ্বাৰা (২০-২-১৯৮৭ ৰ ৰা') অন্ত: স্থাপিত। ৩। অৰুণাচল প্ৰদেশ ৰাজ্য অধিনিয়ম,১৯৮৬ (১৯৮৬ৰ ৬৯)ৰ দ্বাৰা (২০-২-১৯৮৭ ৰপৰা) অন্তঃস্থাপিত। ৪। গোৱা দমন আৰু দিউ পুনৰ্গঠন অধিনিয়ম,১৯৮৭(১৯৮৭.ৰ ১৮)ৰ দ্বাৰা (৩০-৫-১৯৮৭ ৰ পৰা অন্ত:স্থাপিত।