পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬৪ . একবিংশ ভাগ [অস্থায়ী, অন্তর্কালীন আৰু বিশেষ উপবন্ধ সমূহ] সমৱৰ্তী সূচীৰ বিষয় ৩৬৯। এই সংবিধানত যিকোনাে কথা থকা সত্ত্বেও, এই সংবিধানৰ প্রাৰম্ভণিৰ পৰা পাঁচ বছৰ বস্তু হিচাপে ধৰি কালৰ ভিতৰত নিন্মলিখিত বিষয়সমূহৰ সম্বন্ধত সেই বিষয় সমূহ সমবর্তী সূচীত প্রগণিত বুলি ধৰি ৰাজ্যসূচীৰ কিছুমান লৈ, সংসদে বিধি প্রণয়ন কৰাৰ ক্ষমতা থাকিব, যেনে ঃ- বিষয়ত বিধি প্রণয়ন (ক) কপাহী আৰু ঊণী কাপােৰ, কেঁচা কপাহ(নেওঠা আৰু বিনা নেওঠা কপাহবা : কৰিবলৈ সংসদক কপাস ধৰি), কপাহ গুটি, কাগজ (বাতৰি ছপা কৰা কাগজক লৈ) খাদ্য-সামগ্রী দিয়া অস্থায়ী ক্ষমতা (খাদ্য তেলগুটি আৰু তেলকে লৈ), পশুখাদ্য (খলিহৈআৰুআন আন কেন্দ্রীভূত পদার্থকে লৈ), কয়লা (পোৰা কয়লা আৰু কয়লাজনিত পদার্থকে লৈ), লােহা, ইস্পাত আৰু অভ্র কোনাে ৰাজ্যৰ ভিতৰত বেপাৰ আৰু বাণিজ্য আৰু তাৰ উৎপাদন, সববাহ আৰু বিতৰণ; (খ) খণ্ড (ক)ত উল্লিখিত যিকোনাে বিষয় সম্বন্ধীয় বিধিৰ বিৰুদ্ধে কৰা অপৰাধ, সেই বিষয় বিলাকৰ যিকোনােটোৰ সম্বন্ধত উচ্চতম ন্যায়ালয়ৰ বাহিৰে সকলাে মিিলয়ৰ ক্ষেত্ৰাধিকাৰ আৰু ক্ষমতা আৰু সেই বিষয় বিলাকৰ যিকোনােটোৰ সম্বন্ধত ন্যায়ালয়ত লােৱা ফিজৰ বাহিৰে আন ফিজ; কিন্তু, যি বিধি প্রণয়ন কৰিবৰ কাৰণে এই অনুচ্ছেদৰ উপবন্ধ সমূহ নথকাহেঁতেন সংসদ সক্ষম নহ'লহেঁতেন, সংসদৰ দ্বারা প্রণীত তেনে যিকোনাে বিধি উক্ত কালছােৱাৰ সমাপ্তিৰ লগে লগে, সেই সমাপ্তিৰ পূৰ্ব্বে কৰা হােৱা বা কৰিবলৈ বাদ দিয়া বিষয় সমূহৰ ব্যতিৰেকে অন্যান্য বিষয়ত, অক্ষমতাৰ মাত্ৰা পৰ্য্যন্ত প্রভাৱহীন হব। জন্মু আৰু কাশ্মীৰ {[ ৩৭০।(১) এই সংবিধানত যিকোনো কথা থকা সত্ত্বেও - ৰাজ্যৰ সম্বন্ধত অস্থায়ী উপবন্ধ (ক) জম্মু আৰু কাশ্মীব ৰাজ্যৰ সম্পৰ্কত অনুচ্ছেদ ২৩৮ৰ উপবন্ধ সমূহ প্রয়ােগ সমূহ। নহব; (খ) উক্ত ৰাজ্যৰ কাৰণে বিধি প্রণয়ন কৰিবলৈ সংসদৰ ক্ষমতা- (i) সংঘ-সূচী আৰু সমৱৰ্তী-সূচীৰ এনেবােৰ বিযয় পৰ্য্যন্ত যিবােৰ বিষয় ৰাজ্যখনৰ চৰকাৰৰ লগত পৰামৰ্শ কৰি ৰাষ্ট্রপতিয়ে এনেবিলাক বিষয়ৰ তত স্থানীয় বিষয় বুলি ঘােষণা কৰে যিবিলাক ভাৰত ডমিনিয়নত সেই ৰাজ্যৰ প্ৰৱেশ শাসিত কৰা প্ৰৱেশ লেখ্যত বিনিৰ্দিষ্ট এনেকুৱা বিষয় হয় যিবিলাকৰ সম্বন্ধত ডমিনিয়ন বিধান মণ্ডলে সেই ৰাজ্যৰ বাবে বিধি প্রণয়ন কৰিব পাৰে; আৰু উক্ত সূচীৰ যিবিলাক এনে আন আন বিষয় ৰাজ্যখনৰ চৰকাৰৰ সন্মতিক্রমে ৰাষ্ট্রপতিয়ে আদেশৰ দ্বাৰা বিনির্দিষ্ট কৰিব পাৰে তেনে বিষয় পৰ্য্যন্ত সীমিত হব। স্পষ্টীকৰণ- এই অনুচ্ছেদৰ প্ৰয়ােজনৰ কাৰণে ৰাজ্যখনৰ চৰকাৰ বুলিলে মহাৰজাৰ ১৯৪৮ খৃষ্টাব্দৰ মাৰ্চ মাহৰ ৫ তাৰিখৰ উদঘােষণাৰ অধীনত সেই সময়ত পদত অধিষ্ঠিত থকা মন্ত্রী পৰিষদৰ পৰামর্শ মতে কাৰ্য্য কৰা আৰু ৰাষ্ট্ৰপতিৰ দ্বাৰা জন্মু আৰু কাশ্মীৰৰ মহাৰাজ বুলি তৎসময় স্বীকৃতি দিয়া ব্যক্তিক বুজাব; (গ) অনুচ্ছেদ ১ ৰ আৰু এই অনুচ্ছেদৰ উপবন্ধসমূহ সেই ৰাজ্যৰ সম্পৰ্কত প্রয়ােগ হব; - ১।সংবিধান (ত্রয়ােদশ সংশোধন) অধিনিয়ম, ১৯৬২ ৰ২ ধাৰাৰদ্বাৰা অস্থায়ী আৰু অন্তৰ্কালীন উপবন্ধ সমূহ’ৰ পৰিৱৰ্ত্তে প্রতিষ্ঠাপিত (১-১২-৬৩ তাংৰপৰা)। ২। এই অনুচ্ছেদৰ দ্বাৰা অর্পিত ক্ষমতাসমূহৰ প্ৰয়ােগত ৰাষ্ট্রপতিয়ে জন্মু আৰু কাশ্মীৰ ৰাজ্যৰ সংবিধান সভাৰ ছুপাৰিশ ক্রমে ঘােষণা কৰিছিল যে উক্ত অনুচ্ছেদ ৩৭০ সালসলনি সহ প্ৰৱৰ্ত্তনীয় হব যেন ইয়াৰ খণ্ড (১) ৰ স্পষ্টীকৰণৰ স্থানত নিন্মলিখিত স্পষ্টীকৰণ প্ৰতিষ্ঠাপিত হৈছে, অর্থাৎ- “স্পষ্টীকৰণ,- এই অনুচ্ছেদৰ প্ৰয়ােজনৰ কাৰণে ৰাজ্যখনৰ চৰকাৰ বুলিলে তৎসময় পদত অধিষ্ঠিত সেই ৰাজ্যৰ মন্ত্ৰী পৰিষদৰ চুপাৰিছ মতে কায্য কৰা এনে কোনাে ব্যক্তিক বুজাব যাক ৰাজ্যৰ বিধান সভাৰ চুপাৰিছ ক্ৰমে জন্মু আৰু কাশ্মীৰৰ সদৰ ই-ৰিয়াসত ৰূপে স্বীকৃতি দিয়া হৈছে”

  • এতিয়া ৰাজ্যপাল”।(মিনিষ্ট্ৰী অৱ ল অর্ডাৰ নং ছি ত’ ৪৪, তাৰিখ, ১৫ নৱেম্বৰ, ১৯৫২)”