পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ১৪৭ সপ্তদশ ভাগৰাজভাষা -অনুচ্ছেদ ৩৪৮-৩৫০ক (iii) এই সংবিধানৰ অধীনত অথবা সংসদৰ দ্বাৰা বা কোনাে ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্রণীত কোনাে বিধিৰ অধীনত জাৰি কৰা সকলাে আদেশ, নিয়মাৱলীৰ, বিনিয়মৰ আৰু উপবিধিৰ প্ৰাধিকৃত পাঠ ইংৰাজী ভাষাত হ'ব। (২) খণ্ড (১) ৰ উপখণ্ড (ক)ত যিকোনাে কথা থকা সত্ত্বেও, কোনাে ৰাজৰ ৰাজ্য পালে

  • * * * ] ৰাষ্ট্ৰপতিৰ পুৰ্ব্ব সন্মতি ক্রমে হিন্দী ভাষাক অথবা সেই ৰাজ্যৰ যিকোনাে চৰকাৰী

প্রয়ােজন সমূহৰ বাবে ব্যৱহৃত আন যিকোনাে ভাষাক সেই ৰাজ্যত মুখ্যস্থান থকা উচ্চ ন্যায়ালয়ৰ কাৰ্য্যবাহীত ব্যৱহাৰৰ কাৰণে প্ৰাধিকাৰ দিব পাৰে ও পৰস্তু, এনে উচ্চ ন্যায়ালয়ৰ দ্বাৰা পাৰিত বা দিয়া হােৱা কোনাে নির্ণয়, ডিক্রী বা আদেশৰ বেলিকা এই খণ্ডৰ কোনাে কথা প্রযােজ্য নহ'ব। (৩) খণ্ড (১)ৰ উপখণ্ড (খ) ত যিকোনাে কথা থকা সত্ত্বেও, যতনেকি কোনাে ৰাজ্যৰ বিধান মণ্ডলে সেই ৰাজ্যৰ বিধান মণ্ডলত উত্থাপিত কোনাে বিধেয়ক বা পাৰিত কোনাে অধিনিয়মত অথবা ৰাজ্যখনৰ ৰাজপালৰ [ * * * ] দ্বাৰা প্ৰখ্যাপিত অধ্যাদেশ সমূহৰ নাইবা সেই উপখণ্ডৰ দফা (iii) ত নির্দেশিত কোনাে আদেশ, নিয়ম, বিনিয়ম বা উপবিধিত ব্যৱহাৰৰ বাবে ইংৰাজী ভাষাৰ বাহিৰে কোনাে ভাষা বিহিত কৰি দিয়ে, তেনে ক্ষেত্ৰত ৰাজ্যখনৰ ৰাজ্যপালৰ [ * প্রধিকাৰৰ দ্বাৰা সেই ৰাজ্যৰ ৰাজপত্ৰত প্রকাশিত তাৰ ইংৰাজী অনুবাদ এই অনুচ্ছেদৰ অধীনত তাৰ প্রাধিকৃত ইংৰাজী পাঠ বুলি গণ্য কৰা হ'ব। ৩৪৯। এই সংবিধানৰ প্ৰাৰম্ভণিৰ পৰা পােন্ধৰ বছৰ কালাবধিৰ ভিতৰত ৰাষ্ট্ৰপতিৰ পূর্ব মঞ্জুৰী ভাষা সম্বন্ধীয় কোনাে বিনা, অনুচ্ছেদ ৩৪৮ৰ খণ্ড (১)ত উল্লিখিত প্রয়ােজন সমূহৰ যিকোনােটোৰ বাবে ব্যৱহাৰ কৰিবলৈ কোনাে বিধি ভাষাৰ উপবন্ধ কৰি কোনাে বিধেয়ক বা সংশােধনী সংসদৰ যিকোনােটো সদনত উত্থাপিত বা অধিনিয়মিত কৰিবৰ প্রস্তাৱিত কৰিব নােৱাৰিব, আৰু ৰাষ্ট্রপতিয়ে অনুচ্ছেদ ৩৪৪ৰ খণ্ড (১)ৰ অধীনত গঠিত আয়ােগৰ বাবে বিশেষ প্রক্রিয়া। চুপাৰিছ সমূহ আৰু সেই অনুচ্ছেদৰ খণ্ড (৪)ৰ অধীনত গঠিত সমিতিৰ প্রতিবেদন বিবেচনানকৰাকৈ এনেকোনাে বিধেয়ক উত্থাপন কৰিবলৈ বা এনে কোনাে সংশােধনী প্রস্তাৱ কৰিবলৈ তেওঁৰ মঞ্জুৰী নিদিব। চতুর্থ অধ্যায়—বিশেষ নির্দেশাবলী [৩৫০। প্রত্যেক ব্যক্তিয়েই সংঘৰ বা কোনােৰাজ্যৰ কোনাে পদাধিকাৰীবা প্রাধিকাৰীৰ ওচৰত অভিযােগ মােচনৰ যথাস্থিতি সংঘ বা সেই ৰাজ্যত ব্যৱহৃত ভাষা সমূহৰ যিকোনােটোভাষাত কোনাে অভিযােগ মােচনৰ কাৰণে দিয়া অভিবেদন, কাৰণে অভিবেদন দাখিল কৰিবলৈ হৰ্দাৰ হ'ব। সমূহত ব্যৱহাৰ কৰিব লগীয়া ভাষা। ২ [৩৫০ ক। প্রত্যেক ৰাজ্যৰ আৰু ৰাজ্যৰ ভিতৰত থকা প্রত্যেক স্থানীয় প্রাধিকাৰীৰ এইটো প্রাথমিক স্তৰত প্রয়াস হব লাগিব যে ভাষিক সংখ্যালঘু সমষ্টি সমূহৰ লৰা-ছােৱালীৰ শিক্ষাৰ প্রাথমিক স্তৰত মাতৃ মাতৃভাষাত শিক্ষাদানৰ ভাষাত শিক্ষাদানৰ বাবে পৰ্যাপ্ত সাসুবিধা দিব লাগিব ; আৰু ৰাষ্ট্রপতিয়ে যিকোনাে ৰাজ্যক এনে বাবে সুবিধা সমূহ। নির্দেশ দিব পাৰে যিটোনেকি এনে সুবিধাৰ উপবন্ধ সুনিশ্চিত কৰিবৰ বাবে তেওঁ আৱশ্যকীয় বা উচিত বুলি বিবেচনা কৰে। ১।সংবিধান (সপ্তম সংশােধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰা আৰু অনুসুচীৰ দ্বাৰা বা ৰাজপ্রমুখ’ শব্দ সমূহ লােপ কৰা হৈছে। ২। সংবিধান (সপ্তম সংশােধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত।